ETV Bharat / state

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহাৰ্য - কিডনী

চিৰাঙৰ এজন দৰিদ্ৰ ছাত্ৰৰ বিকল হৈ পৰিছে দুয়োটা কিডনী । চিকিৎসাৰ বাবে হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান পিতৃ-মাতৃৰ ।

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্য
author img

By

Published : Aug 6, 2019, 9:25 AM IST

চিৰাং, 6 আগষ্টঃ চিৰাঙৰ বিজনী বাতাবাৰীৰ দৰিদ্ৰ শ্ৰমিক নয়ন দাসৰ একমাত্ৰ পুত্ৰ মোনাই দাস । পঞ্চম শ্ৰেণীৰ ছাত্ৰ মোনাই দাসৰ সম্প্ৰতি বিকল হৈ পৰিছে দুয়োটা কিডনী । ১ আগষ্টত বঙাইগাৱঁৰ ব্যাক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱাত চিকিৎসকে জানিবলৈ দিয়ে যে ইতিমধ্যে দুয়োটা কিডনীয়ে বিকল হৈ পৰিছে মোনাই দাসৰ । কিন্তু দৰিদ্ৰ এই পৰিয়ালটোৰ মোনাই দাসৰ উন্নত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ।

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্য

সেয়েহে পৰিয়ালটোৱে সহায় বিচাৰিছে হৃদয়বান লোকৰ পৰা । বিজনী বাসী ৰাইজৰ লগতে অসম বাসী ৰাইজৰ ওচৰত নিজৰ সন্তানৰ চিকিৎসাৰ বাবে বাধ্যত পৰি সহায় বিচাৰিবলগীয়া হৈছে পৰিয়ালটিয়ে । যদি কোনো সদাশয় ব্যক্তিয়ে এই কণমানি ছাত্ৰ জনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য কৰিব বিচাৰে তেন্তে ৯১০১০০৯৯৬১ ৯১০১৪৮০০৪৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ৷

Intro:চিৰাঙৰ দৰিদ্ৰ ছাত্ৰৰ দুয়োটা কিডনী বিকল। চিকিৎসাৰ বাবে হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান ।

Body:চিৰাং জিলাৰ বিজনীৰ এটা মৰ্মান্তিক কাহিনী।
চিৰাং জিলাৰ বিজনী বাতাবাৰীৰ সাধাৰন দৰিদ্ৰ শ্ৰমিক নয়ন দাসৰ একমাত্ৰ পুত্ৰ মোনাই দাস। পঞ্চম শ্ৰেণীৰ ছাত্ৰ মোনাই দাস। সম্প্ৰতি কনমানি মোনাই দাসৰ দুয়োটা কিডনীয়ে এতিয়া হৈ পৰিছে বিকল।
যোৱা ১আগষ্ট তাৰিখে বঙাইগাওঁৰ ব্যাক্তিগত নাৰ্ছিং হোমত মোনাই দাসক চিকিৎসা কৰাত চিকিৎসকে জানিব দিয়ে যে মোনাই দাসৰ ইতিমইধ্যে দুটাকৈ কিডনীয়ে হৈ পৰিছে বিকল। দৰিদ্ৰ এই পৰিয়ালটি এতিয়া নিজৰ অতিকে মৰমৰ সন্তানৰ চিকিৎসা লৈ বিপাঙত পৰিছে । সহায় বিচাৰিছে হৃদয়বান লোকৰ পৰা । বিজনী বাসী ৰাইজৰ লগতে অসম বাসী ৰাইজৰ ওচৰত নিজৰ সন্তানৰ চিকিৎসাৰ বাবে বাধ্যত পৰি সহায় বিচাৰিবলগীয়া হৈছে পৰিয়ালটিৰ ।

দিন হাজিৰা কৰি খোৱা পৰিয়ালটো সকলোৰে ওচৰত এতিয়া সহায়ৰ হাত মাগিছে। উল্লেখ যে উন্নত চিকিৎসাৰ বাবে এতিয়া মোনাই দাসৰ পিতৃৰ হাতত নাই পৰয্যাপ্ত পৰিমানৰ ধন।

যদি কোনোবা সদাশয় ব্যক্তিয়ে এই কনমানি ছাত্ৰ জনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ হাত আগবঢ়ায় তেন্তে অনুগ্ৰহ কৰি তলত দিয়া ফোন নম্বৰ সমূহত যোগাযোগ কৰেযেন_৯১০১০০৯৯৬১ ৯১০১৪৮০০৪৫

বাইট : পৰিয়ালৰ লোক ।

Conclusion: সাধাৰন পৰিয়ালৰ এই কন মানি ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে হৃদয়বান লোক সকলে যদি সহায়ৰ হাত আগনবঢ়ায় হয়তো কলিতে মৰহি যাব এটি কন মানিৰ অজুত হেপাহ । পঢ়াৰ প্ৰতি খুৱেই আগ্ৰহি মোনাই দাস নামৰ কন মানিজনী এতিয়া বিচনাত সহ্যাগত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.