চিৰাং, 26 আগষ্টঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত 15 আগষ্টৰ নিশা এগৰাকী জনজাতীয় কিশোৰী ধৰ্ষণ কৰা ঘটনাৰ 12 দিন উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী ৷ সেয়ে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই জিলা সদৰ কাজলগাঁৱত 4 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক স্মাৰক প্ৰদান কৰে ৷
ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী! - জনজাতীয় কিশোৰী ধৰ্ষণ
ৰাইজৰ অভিযোগ চিৰাঙত জনজাতীয় কিশোৰী ধৰ্ষণ কৰা ঘটনাৰ 12 দিন উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী ৷
ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী
চিৰাং, 26 আগষ্টঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত 15 আগষ্টৰ নিশা এগৰাকী জনজাতীয় কিশোৰী ধৰ্ষণ কৰা ঘটনাৰ 12 দিন উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী ৷ সেয়ে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই জিলা সদৰ কাজলগাঁৱত 4 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক স্মাৰক প্ৰদান কৰে ৷
Intro:চিৰাঙত নাবালিকা ধৰ্ষনৰ ১২ দিনৰ পিচতো দোষীক গ্ৰেপ্তাৰ কৰাত ব্যাৰ্থ চিৰাং আৰক্ষী । দোষীক গ্ৰেপ্তাৰৰ দাবীত জিলা সদৰ কাজলগাঁওত জনজাতী সুৰক্ষা মঞ্চৰ ৪ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসুচি ।
Body:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত যোৱা ১৫ আগষ্টৰ নিশা এগৰাকি জনজাতীয় কিশোৰি ধৰ্ষনৰ বলি হৈছিল । আজি ১২ দিন ওকলি যোৱাৰ পিচতো দোষীক গ্ৰেপ্তাৰত ব্যাৰ্থ হৈছে আৰক্ষী প্ৰশাসন । দোষীক গ্ৰেপ্তাৰৰ দাবীত আজি চিৰাং জিলা সদৰ কাজলগাঁওত ৪ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসুচি ৰূপায়ন কৰি চিৰাং জিলা উপায়ুক্তক স্মাৰক প্ৰদান কৰে ।
বাইট : দাউৰাই দেখ্ৰেব নাৰ্জাৰী , সভাপতি বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চ ।
Conclusion: বড়োলেণ্ডৰ ট্ৰাইবেল বেল্ট অঞ্চলত অবৈধ ভাৱে বসবাস কৰি এই সকল লোকে জনজাতীয় কিশোৰিক ধৰ্ষন কৰিব আৰু টকাৰ বল দেখূৱাই আৰক্ষীক মেনেজ কৰি চলিব সেয়া সহ্য কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চৰ সভাপতি দাউৰাই দেখ্ৰেব নাৰ্জাৰীয়ে । আজিৰ এই ধৰ্ণা কাৰ্য্যসুচিত বিটিচি অনুসুচিত জাতি পৰিষদ,বড়োলেণ্ড শিবসেনা,সুত্ৰধৰ সন্মিলনিকে আদি কৰি কেবাটাও সংগঠনে সহযোগিতা কৰে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।