ETV Bharat / state

শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰি দেশপ্ৰেমিক এলবাম - তিমি গোৰ্খাকো সন্তান হো

চিৰাঙৰ গোৰ্খা সকলে নিৰ্মাণ কৰিছে দেশ প্ৰেমিক এলবাম । "তিমি গোৰ্খাকো সন্তান হো" শীৰ্ষক দেশপ্ৰেম মূলক গীতৰে শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰিছে এই এলবাম ৷

শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰি দেশপ্ৰেমিক এলবাম
author img

By

Published : Jul 5, 2019, 9:49 AM IST

চিৰাং, 5 জুলাইঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা অঞ্চলত দেশ প্ৰেমিক এলবামৰ শ্বুটিং । য’ত দেখিবলৈ পোৱা গৈছে সেনা সকলৰ জীৱনৰ ওপৰত আধাৰিত দেশপ্ৰেম মূলক এলবামৰ শ্বুটিং । নক্সালবাদৰ হাতত শ্বহীদ হোৱা এচ এচ বিৰ জোৱান নীৰজ ছেত্ৰীয়ে বলি হৈছিল শ্বহীদ । "তিমি গোৰ্খাকো সন্তান হো" শীৰ্ষক দেশপ্ৰেম মূলক গীতৰ ওপৰত এই এলবাম বনোৱাৰ চেষ্টা কৰিছে । শোণিতপুৰ জিলাৰ চিৰাকুঠীৰ হেমন্ত শৰ্মা নামৰ লোকজনৰ লিখা গীতৰ ওপৰত এই এলবাম বনাই থকাৰ কথাও জনায় হেমন্ত শৰ্মাই ।

শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰি দেশপ্ৰেমিক এলবাম

শ্বহীদ সেনা জোৱান সকলৰ জীৱনৰ ওপৰত আধাৰিত এলবাম সমূহে নিশ্চয়কৈ সমাজত বিশেষকৈ যুৱ সমাজত বহু পৰিমাণে দেশ প্ৰেমৰ দিশত অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

Intro:চিৰাঙৰ গোৰ্খা সকলে নিৰ্মান কৰিলে দেশপ্ৰেমিক এলবাম । বিশেষকৈ সেনা জোৱান সকলে কিদৰে শ্বহিদ হয় আৰু তাৰ পিচত শ্বহিদ পৰিয়ালৰ অৱস্থা কি হয় তাৰ ওপৰত । Body:এয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা অঞ্চলৰ দৃশ্য । যত দেখিবলৈ পোৱা গৈছে সেনা সকলৰ জীৱনৰ ওপৰত আধাৰিত দেশপ্ৰেম মুলক এলবামৰ শ্বুটিং চলি আছে । সৌ সিদিনা এচ এচ বিৰ জোৱান নিৰজ ছেত্ৰীয়ে নক্সালবাদৰ বলি হৈ শ্বহিদ হব লগীয়া হৈছিল । সেয়া অনুপ্ৰেৰনা হিচাবে লৈ " তিমি গোৰ্খাকো সন্তান হো" শীৰ্ষক দেশপ্ৰেম মুলক গীতৰ ওপৰত এই এলবাম বনোৱাৰ চেষ্টা কৰিছে । শোনিতপুৰ জিলাৰ চিৰাকুঠীৰ হেমন্ত শৰ্মা নামৰ লোকজনৰ লিখা গীতৰ ওপৰত এই এলবাম বনাই থকাৰ কথাও জনায় হেমন্ত শৰ্মাই ।

বাইট : হেমন্ত শৰ্মা ।Conclusion:এই ধৰনৰ শ্বহিদ সেনা জোৱান সকলৰ জীৱনৰ ওপৰত আধাৰিত এলবাম সমুহে নিশ্চয়কৈ সমাজত বিশেষকৈ যুৱ সমাজত বহু পৰিমানে দেশ প্ৰেমৰ দিশত অনুপ্ৰেৰনা যোগাব বুলি ধাৰনা কৰা হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.