ETV Bharat / state

চিৰাঙত লক্ষী পুজা মেলাৰ নামত চলিছে জুৱা খেলৰ বৃহৎ বজাৰ

author img

By

Published : Oct 18, 2019, 1:46 AM IST

চিৰাং জিলাৰ বিভিন্ন ঠাইত লক্ষী পূজাৰ আনন্দৰ সুযোগ লৈ পূজাৰ মেলাৰ নামত একাংশই চলাই আছে জুৱা খেলৰ বৃহৎ ব্য়ৱসায়

চিৰাঙত লক্ষী পূজা মেলাৰ নামত চলিছে জুৱা খেলৰ বৃহৎ বজাৰ

চিৰাং,17 অক্টোবৰ : চিৰাং জিলাৰ বিভিন্ন ঠাইত লক্ষী পূজাৰ মেলাৰ নামত চলিছে অবাধ জুৱা । মুকলি ভাৱে চলি থকা জুৱা দেখিও নেদেখাৰ ভাও প্ৰশাসনৰ । জিলাখনৰ পানবাৰী থানাৰ অন্তৰ্গত মোনাকোচাত লক্ষী পূজাৰ আনন্দৰ সুযোগ লৈ চলাই আছে একাংশই মুকলি ভাৱে জুৱা । জুৱা খেল চলাই থকা এই লোকসকলে নিজৰ মুনাফা আদায়ৰ বাবে ছাত্ৰ সমাজ ধবংশ কৰাৰ অকনো কুন্ঠাবোধ নকৰে । জিলাখনত এবছুকে আদি কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ বিৰোধিতাৰ পিচতো জুৱাৰী সকলে এই দৰেই পূজাৰ নামত অনুষ্ঠিত মেলাত মুকলিভাৱে জুৱা চলাই থকা পৰিলক্ষিত হৈছে । জুৱাৰ বৃহৎ বজাৰখনত প্ৰতিনিশাই কেইবা লাখ টকা বিনিয়োগ হোৱা অভিযোগ উত্থাপিত হৈছে । একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত জুবাৰী সকলে এই দৰেই চলাই গৈছে নিজৰ ব্যৱসায় । অতি সোনকালে ইয়াৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

চিৰাঙত লক্ষী পুজা মেলাৰ নামত চলিছে জুৱা খেলৰ বৃহৎ বজাৰ

ইফালে জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত গৌজোনপুৰিৰ শনি মন্দিৰৰ ওচৰতে নিতৌ অনুষ্টিত হয় জুৱা । ঝাণ্ডী মুণ্ডাৰ এই খেল একাংশ বিদ্ৰোহী সংগঠনৰ সদস্যই চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । আৰক্ষী প্ৰশাসনৰ লোকে জনাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আচৰ্যজনক যে বঙাইগাঁও আৰক্ষী ছাউনীৰ নিচেই কাষতে থকা এই জুৱা স্থানত সদায় জুৱা চলে কিন্ত তাৰ পাছতো নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে ।

Intro:চিৰাঙৰ বিভিন্ন ঠাইত পুজা আৰু মেলাৰ নামত চলিছে অবাধ জুৱা। এই দৃশ্য জিলাখনৰ পাণবাৰীৰ মোনাকোষাৰ।

Body:চিৰাং জিলাৰ বিভিন্ন ঠাইত পুজা আৰু মেলাৰ নামত চলিছে অবাধ জুৱা । মুকলি ভাৱে হৈ থকা জুৱা দেখিও নেদেখাৰ ভাৱ প্ৰশাসনৰ । এই দৃশ্য জিলাখনৰ পানবাৰী থানাৰ অন্তৰ্গত মোনাকোচাত লক্ষ্মী পূজাৰ আনন্দৰ সুযোগ লৈ চলাই আছে মুকলি ভাৱে জুৱা । একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ মুনাফা আদায়ৰ বাবে ছাত্র সমাজ ধবংশ কৰাৰ অকনো কুন্ঠাবোধ নকৰে । জিলাখনত এবছুকে আদি কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ বিৰোধিতাৰ পিচতো জুৱাৰী সকলে এই দৰেই পুজাৰ নামত অনুষ্টিত মেলাত মুকলিভাৱে জুৱা চলাই থকা পৰিলক্ষিত হৈছে। জুৱাৰ বৃহৎ বজাৰখনত প্ৰতিনিশাই কেইবা লাখ টকা বিনিয়োগ হোৱা অভিযোগ উত্থাপিত হৈছে। একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত জুবাৰী সকলে এই দৰেই চলাই গৈছে নিজৰ ব্যৱসায়। অতি সোনকালে ইয়াৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্হানীয় ৰাইজে। বাতৰি পৰিবেশনৰ পৰা বিৰত থকাৰ বাবে ভাবুকি প্ৰদান সাংবাদিকক।

বাইট দিলো ।

Conclusion:প্ৰতি বছৰেই এই উৎসৱৰ বতৰত মেলাৰ নামত জুৱা অনুষ্টিত হয় আৰু বিতৰ্কৰ সুচনা হয় । কিন্ত চকুমুদা কুলি হৈ সকলো মেনেজ হয় । নিমাতে থাকে প্ৰশাসন যন্ত্ৰ । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এক নং গৌজোনপুৰি (দোলাইগাঁওৰ কাষত)শনি মন্দিৰৰ ওচৰতে নিতৌ অনুষ্টিত হয় জুৱা । ঝাণ্ডী মুণ্ডাৰ এই খেল একাংশ বিদ্ৰোহী ( উগ্ৰপন্থী) সদস্যই চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । আৰক্ষী প্ৰশাসনৰ লোকে জনাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰে । আচৰিত কথাটো হৈছে বঙাইগাঁও আৰক্ষী ছাউনীৰ নিচেই কাষতে এই ঠাইত সদায় জুৱা চলে কিন্ত সকলো নিমাত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.