ETV Bharat / state

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালীৰ প্ৰতিমাত

চিৰাঙৰ মংলাগাঁৱৰ কালী মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। দুৰ্বৃত্তই ভাঙি দিলে কালী প্ৰতিমাৰ মুখমণ্ডল ।

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালী দেৱীৰ প্ৰতিমাত
author img

By

Published : May 16, 2019, 1:07 PM IST

চিৰাং,১৬ মে': বুধবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ চলালে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত মংলাগাঁৱৰ কালী মন্দিৰত। দুৰ্বৃত্তই আক্ৰমণ চলাই ভাঙি দিয়ে কালী প্ৰতিমাৰ মুখমণ্ডল।

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালী দেৱীৰ প্ৰতিমাত

উল্লেখ্য যে,মংলাগাঁওৰ এই কালী মন্দিৰটো জয় কিশান ক্লাৱৰ তত্বাৱধানত আছিল। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে,হিন্দু বসতি প্ৰধান অঞ্চলটোত ইয়াৰ পূৰ্বে কোনো দিনে এইধৰণৰ ঘটনা সংঘটিত হোৱা নাই। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ সহযোগত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

Intro:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত মংলাগাঁওৰ কালি মন্দিৰত দুৰবৃত্তৰ আক্ৰমন । কালি প্ৰতিমাৰ ভাংচুৰ । প্ৰতিমাটোত আক্ৰমন কৰি মুৰ্তিৰ মুখমণ্ডল ভাঙি দিছে । যোৱা নিশা সংঘটিত হৈছে এই ঘটনা । হিন্দু বসতি প্ৰধান অঞ্চলটোত কোনে কি উদ্দেশ‍্যত সংঘটিত কৰিলে এই ঘটনা সেয়া লৈ সৰ্ব্বত্ৰে চলিছে গুনাগথা । মংলাগাঁওৰ জয় কিশান ক্লাবৰ তত্বাৱধানত আছিল মন্দিৰটো । কোনো দিনেই এই ধৰনৰ ঘটনা সংঘটিত নোহোৱা এই অঞ্চলত এই ঘটনা লৈ চাঞ্চল‍্যৰ সৃষ্টী হৈছে ।

যোৱা কিছু দিনৰ পৰা সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িক হিংসা জনিত ঘটনা বৃদ্ধি পাইছে । কিন্ত কিয় এই ধৰনৰ ঘটনাই শিপাইছে শান্তিৰ এই খন অসমত সেয়া ৰহস‍্যজনক ‌।

বাইট : স্থানীয় লোক আৰু চিৰাঙৰ জিলা সদৰ ডি এচ পি প্ৰতাপ দাস ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : স্থানীয় লোক আৰু চিৰাঙৰ জিলা সদৰ ডি এচ পি প্ৰতাপ দাস ।

Conclusion: যোৱা কিছু দিনৰ পৰা সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িক হিংসা জনিত ঘটনা বৃদ্ধি পাইছে । কিন্ত কিয় এই ধৰনৰ ঘটনাই শিপাইছে শান্তিৰ এই খন অসমত সেয়া ৰহস‍্যজনক ‌।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.