ETV Bharat / state

চিৰাঙত বানৰ সংহাৰী ৰূপ - ধুবুৰি

বানৰ কৱলত সমগ্ৰ চিৰাং জিলা, ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে বুৰাই পেলাই সমগ্ৰ অঞ্চল

চিৰাঙত বানৰ সংহাৰী ৰূপ
author img

By

Published : Jun 25, 2019, 12:10 PM IST

চিৰাং,২৫জুন : চিৰাং জিলাৰ উত্তৰাঞ্চলত বানৰ তাণ্ডৱ । জিলাখনৰ আই নদীৰ লগতে নাঙলভাঙা,টাক্লাই,মাক্ৰা আদি নৈ-উপনৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে অৰ্ধশতাধিক গাঁও । ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে সোমবাৰৰ নিশাৰে পৰা ডাবাবিল,মাদাৰপুৰ,আইপোৱালী,আইনদী ধুবুৰি,মানিকপুৰ সহ অৰ্ধশতাধিক গাঁও প্লাৱিত কৰিছে । অঞ্চলটোৰ প্ৰতিটো ঘৰ এতিয়া বানৰ কৱলত ।

Intro:চিৰাং জিলাৰ উত্তৰাঞ্চলত বানপানীৰ তাণ্ডৱ। জিলাখনৰ আই নদীৰ লগতে নাঙলভাঙা,টাক্লাই,মাক্ৰা আদি নৈ উপনৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে অৰ্ধশতাধিক গাঁও । ভূটানৰ পৰা নামি অহা এই বাঢ়নি পানীয়ে ইতিমধ্যে পুৱতি নিশাৰে পৰা ডাবাবিল,মাদাৰপুৰ,আইপোৱালী,আইনদী ধুবুৰি,মানিকপুৰ সহ অৰ্ধশতাধিক গাঁও প্লাৱিত কৰিছে । লোকৰ ঘৰে ঘৰে পানী, গাঁওসমুহৰ পুখুৰীৰ বানপানীত পুৰ গৈ লাখ লাখ টকাৰ মাছ ওলাই যোৱাৰ লগতে কেবাটাও ঘৰ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিয়া বুলি জানিব পৰা গৈছে ।Body:Next byte sending Conclusion:Next sending more
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.