ETV Bharat / state

চিৰাঙৰ মণ্ডপে-মণ্ডপে দেশপ্ৰেমৰ উদাহৰণ - Durga puja

চিৰাঙৰ বাসুগাঁৱত ব্যতিক্ৰমী দুৰ্গাপূজাৰ মণ্ডপ । জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা, এক দেশ এক পতকা আৰু উইং কামাণ্ডাৰ অভিনৱৰ আৰ্হিত পূজা মণ্ডপ । লগতে ভাৰতীৰ বীৰ জোৱান সকলক উৎসৰ্গিত কৰি নিৰ্মাণ কৰা হৈছে চিৰাঙৰ বাসুগাঁৱৰ ষ্টেচন ৰোডৰ পূজা মণ্ডপ ।

দেশমাতৃৰ প্ৰতি বিশেষ শ্ৰদ্ধা চিৰাঙৰ পূজা মণ্ডপসমূহৰ
author img

By

Published : Oct 6, 2019, 10:49 PM IST

চিৰাং,6অক্টোবৰঃ চিৰাং জিলাৰ প্ৰায় সংখ্যক পূজা মণ্ডপতে ৰাষ্ট্ৰীয়তাবাদৰ চিহ্ন পৰিলক্ষিত হৈছে । দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই অধিকাংশ পূজা মণ্ডপ সাজি তোলা দেখা হৈছে । চিৰাঙৰ বাসুগাঁও ৰামকৃষ্ণ আশ্ৰম পথত বিবেকানন্দ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হৈছে এক ব্যতিক্ৰমি দুৰ্গা পূজা । এই দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ হ'ল ভাৰতৰ বহু বিতৰ্কিত জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা বাতিল, এক দেশ এক পতাকা আৰু বায়ুসেনা বীৰ জোৱান উইং কামাণ্ডাৰ অভিনৱ । যাৰ বাবে এতিয়া পূজাথলীত ভিৰ বাঢ়িছে দৰ্শনাৰ্থীৰ ৷ সকলোৱে পূজা চাবলৈ আহি ব্যাস্ত হৈ পৰিল ছেল্ফি লোৱাত ।

চিৰাঙৰ বাসুগাঁৱত ব্যতিক্ৰমী পূজা

ইপিনে জিলাখনৰ বাসুগাঁও ৰেল ষ্টেচনৰ ৰোডৰ পূজা মণ্ডপটো একেই ব্যস্ততা । য'ত দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ লগতে বিএচএফ, চি আৰ পিএফ আৰু এচএচবিৰ জোৱান সকলে দিনে নিশাই নিজৰ জীৱন উৎসৰ্গা কৰি দেশৰ নিৰাপত্তাত নিয়োজিত থকাৰ দৃশ্য । ভাৰতীয় বীৰ জোৱান সকলক উৎসৰ্গা কৰি এই পূজা মণ্ডপখন মাত্ৰ ৩৫ হেজাৰ টকা খৰচ কৰি কমিটিৰ লোকে নিজেই সাজি উলিওৱাৰ কথা জনিবলৈ দিয়ে ।

বাসুগাঁও ৰেল ষ্টেচনৰ ৰোডৰ পূজা মণ্ডপটো একেই ব্যস্ততা

Intro:চিৰাঙৰ বাসুগাঁওত ব্যাতিক্ৰমি দুৰ্গাপুজাৰ মণ্ডৱ । জম্মু-কাশ্মিৰৰ ৩৭০ ধাৰা, এক দেশ এক পতকা আৰু উইং কামাণ্ডাৰ অভিনৱৰ যাৱতীয় লৈ পুজা মণ্ডৱ ।

Body:এয়া চিৰাং জিলাৰ বাসুগাঁওৰ ৰামকৃষ্ণ আশ্ৰম পথত বিবেকানন্দ ক্লাৱৰ উদ্যোগত আয়োজিত দুৰ্গা পুজাৰ দৃশ্য । দুৰ্গা পুজাৰ মণ্ডৱ সাজিলে ভাৰতৰ বহু বিতৰ্কিত জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা বাতিল,এক দেশ এক পতকা,আৰু বায়ুসেনা বীৰ জোৱান উইং কামাণ্ডাৰ অভিনৱৰ ছবিৰে । এক ব্যাতিক্ৰমি পুজাৰ মণ্ডৱ । লোকে পুজা ছাবলৈ আহি ৰব নোৱাৰি ব্যাস্থ হৈ পৰে ছেল্ফি লোৱাত ।

বাইট দিলো।

Conclusion:প্ৰতি বছৰেই চিৰাং জিলাৰ বাসুগাঁওত শাৰদীয় উৎদৱ ধুৰ্গা পুজা ব্যাতিক্ৰমি ৰূপত আয়োজন হয় এইবাৰো তাৰ ব্যাতিক্ৰম নহল ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.