ETV Bharat / state

চিৰাঙৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে - চিৰাঙত উপস্থিত হোৱা

আজি মুখ্যমন্ত্ৰীয়ে চিৰাং জিলা ভ্ৰমণ কৰি চিৰাং জিলা ভ্ৰমণ লক ডাউন মানি চলিবলৈ ৰাইজক আহ্বান মুখ‍্যমন্ত্ৰীৰ।

chirang-cm-visit-during-lock-down
চিৰাং ভ্ৰমন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Apr 22, 2020, 8:07 PM IST

চিৰাং 22 এপ্ৰিল:অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাং জিলা ভ্ৰমণ কৰে জিলাখন ভ্ৰমণ কৰি ক'ৰণা ভাইৰাছৰ বিষয়ে জিলাখনৰ শেষতীয়া পৰিস্থিতিৰ বুজ লয়। হেলিকপ্টাৰেৰে আহি পোনে পোনে চিৰাঙত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। মুখ্যমন্ত্ৰী জনে ভ্ৰমণকালত চিৰাং জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয়।

chirang-cm-visit-during-lock-down
চিৰাঙৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

জিলা আৰক্ষী প্ৰশাসন,জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়ববীয়া,খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা গ্ৰাহক সমবায়,জিলা গ্ৰামোন্নয়ন বিভাগ,কৃষি বিভাগ,পশুচিকিৎসা বিভাগ,জনস্বাস্থ্য কাৰিকৰী আৰু গড়কপ্তানী বিভাগৰ সৈতেও বৈঠকত বহে । লক ডাউনৰ সময়ছোৱাত জিলাখনত সাহাৰ্য সামগ্ৰীৰ বিতৰণ আৰু শেহতীয়া পৰিস্থিতিৰ বিষয়ে বিতংভাৱে বুজ লয় ।

মুখ‍্য মন্ত্ৰীয়ে অসমত লক ডাউন চলি থকাৰ সময়ত কোনো সামগ্ৰীৰ যাতে মূল‍্য বৃদ্ধি নহয় তাৰ ওপৰত কঠোৰ ভাৱে দৃষ্টি ৰাখিছে আৰু লগতে কয় যে সকলো পাইকাৰী বিক্ৰেতাৰ সৈতে মই নিজে কথা পাতি মূল‍্যবৃদ্ধি নকৰাৰ বাবে অনুৰোধ জনাইছো তেওঁলোকেও কথা দিছে মূল্য বৃদ্ধি নকৰো বুলি গতিকে আশা কৰো মূল‍্য বৃদ্ধি নহ'ব বুলি মন্তব্য কৰে ।

চিৰাং ভ্ৰমন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে
লগতে পঢকঃ ৰূপহীহাটৰ জুৰীয়াত পুনৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.