চিৰাং,27 জানুৱাৰীঃ বিজনীৰ পাণবাৰীত অসম বন্ধৰ সময়তে এ বি এম এচ ইউ ৰ কৰ্মীসকলে প্ৰতিবাদ কৰা দেখা যায় ৷ বি টি চি ত অ-বড়ো সকলৰ অধিকাৰৰ দাবীত এই বন্ধ সোমবাৰে আহ্বান জনোৱা হৈছিল । অ-বড়ো দল-সংগঠনক অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে লোৱা এই সিদ্ধান্তৰ বিৰোধিতাৰে বন্ধৰ আহ্বান জনোৱা হৈছিল ৷
ৰাজ্যজুৰি সৰ্বাত্মক অসম বন্ধৰ প্ৰভাৱ - শান্তিচুক্তি
12:31 January 27
বিজনীৰ পাণবাৰীতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
12:08 January 27
ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৰঙিয়াত
ৰঙিয়া,27 জানুৱাৰীঃ ৰঙিয়াৰ কাউৰবাহাতো অসম বন্ধ সৰ্বাত্মক পৰে ৷ বড়ো শান্তি চুক্তিৰ নামত কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ বিৰোধিতাৰে ৰাইজে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । এন ডি এফ বি ৰ দৰে সাধাৰণ ৰাইজে হাতত অস্ত্ৰ তুলি নোলোৱাৰ বাবেই চৰকাৰে জোৰজুলুমকৈ প্ৰায় ৭৩ শতাংশ অনা-বড়োৰ ওপৰত এই সিদ্ধান্ত জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন হৈছে । বন্ধৰ সময়ছোৱাত শিক্ষানুষ্ঠানৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ থাকে ৷
11:51 January 27
বৰমাত ৰাষ্ট্ৰীয় ঘাইপথত সেৰেঙা যানবাহনৰ চলাচল
বৰমা,27 জানুৱাৰীঃ বড়ো শান্তিচুক্তিৰ বিৰোধিতাৰে সোমবাৰে আহ্বান জনোৱা হৈছে অসম বন্ধৰ৷ অবড়ো সংগঠনসমূহে আহ্বান কৰা বন্ধৰ ফলত বৰমাত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্বতঃস্ফুৰ্তভাৱে বন্ধ হয়৷ বন্ধৰ সময়ছোৱাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সেৰেঙা হোৱা দেখা যায়৷
11:03 January 27
শান্তিচুক্তিৰ বিৰোধিতাৰে বন্ধৰ আহ্বান
চিৰাং,27 জানুৱাৰীঃ চিৰাঙত ইউ টি চি ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ। জিলাখনত এন ডি এফ বি-ৰে শান্তিচুক্তিৰ নামত কেন্দ্ৰীয় শাসিত পৰিষদ প্ৰদান কৰা সিদ্ধান্তৰ বিৰোধিতাৰে আহ্বান জনোৱা হয় এই অসম বন্ধৰ৷ চিৰাঙৰ ছাপাগুৰি,ঢালিগাঁও,কুকুৰমাৰী,কাজলগাঁও,স্যামথাইবাৰীত বন্ধৰ প্ৰভাৱ পৰে৷

Body:এয়া চিৰাং জিলাৰ ছাপাগুৰি,ঢালিগাঁও, কুকুৰমাৰী,কাজলগাঁও,স্যামথাইবাৰী আদি ঠাইৰ দৃশ্য । এন ডি এফ বিৰে শান্তি আলোচনাৰ নামত বিটিচিক ইউ টিচিলৈ উন্নিত কৰাৰ বিৰুদ্ধে আহ্বান জনোৱা অসম বন্ধৰ সমৰ্থনত সৰ্বাত্মক বন্ধ পৰিলক্ষিত হয় । ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে ঠায়ে ঠায়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহ মন্ত্ৰী অমিত শাহ আৰু মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্তিও দাহ কৰি প্ৰতিবাদ জনায় ।
বাইট : প্ৰাঞ্জল চৌধুৰী,চিৰাং জিলা আক্ৰাছুৰ সভাপতি ।
মনিৰাম ৰায়, আক্ৰাছুৰ কৰ্মি ।
Conclusion:অবড়ো সকলো দল সংগঠনে একত্ৰিত ভাৱে আজি আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্ব্বাত্মক দেখিবলৈ পোৱা যায় । সকলো দল সংগঠনৰ লোকে ৰাষ্ট্ৰীয় ঘাই পথত ওলাই আহি এই দৰেই প্ৰতিবাদ কৰা পৰিলক্ষিত হল ইউটিচিৰ বিৰুদ্ধে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।