ETV Bharat / state

চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি - আছুয়ে কোনো পধ‍্যেই

বিজনী আছুয়ে জব্দ কৰিলে এন এইচ পি চিৰ চাৰিখনকৈ টাৰ্বাইন কঢ়িয়াই নিয়া গাড়ী । আৰক্ষীৰ সৈতে বিজনী আছুৰ বাক বিতণ্ডাৰ সৃষ্টি ৷ ইপিনে আছুয়ে কোনো পধ‍্যেই নিবলৈ নিদিয়ে টাৰ্বাইন সমূহ ।

চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি
চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Nov 28, 2020, 10:07 PM IST

চিৰাং,28 নৱেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত দীৰ্ঘদিনৰ পৰা আৱদ্ধ হৈ থকা টাৰ্বাই গোপনে লৈ যোৱা অৱস্থাত চিৰাঙৰ বিজনীৰ টোলগেটত আৱদ্ধ কৰে বিজনী আঞ্চলিক আছুয়ে । বৃহৎ নদীবান্ধৰ কামত ব‍্যৱহাৰ হ’ব লগীয়া এই সমূহ টাৰ্বাইন চাৰিখনকৈ গাড়ীৰে লৈ গৈ থকা অৱস্থাত আছুয়ে জব্দ কৰে ।

চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি
চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি

আৰক্ষীৰ সৈতে বিজনী আছুৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । ইপিনে আছুয়ে কোনো পধ‍্যেই নিবলৈ নিদিয়ে টাৰ্বাইন সমূহ । বহিৰাগত বনীয়া গোষ্ঠীৰ উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে অসমক বৃহৎ নদী বান্ধৰ দ্বাৰা ধ্বংসৰ ষড়যন্ত্ৰ কৰা বুলিও আছু কৰ্মকৰ্তাই দাবী কৰে। সম্প্ৰতি বৃহৎ সংখ‍্যক আৰক্ষী মোতায়েন কৰিছে বিজনী মহকুমা প্ৰশাসনে।

চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি
চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি
লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.