ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ - Top 10 at 7pm

7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ
author img

By

Published : Jan 2, 2022, 7:04 PM IST

অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব অসমৰ বিশাল তৈল ক্ষেত্ৰ (Central Government to auction oil field of Assam)। চৰকাৰে ভাৰতৰ মুঠ আঠটা তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ আন্তৰ্জাতিক নিবিদা আহ্বান কৰিছে । তাৰ ভিতৰত অসমৰ দুটাকৈ বিশাল তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ আছে ।

Liquor sales record in Guwahati: নৱবৰ্ষ বুলি এদিনত 6 কোটিৰ সুৰা বিক্ৰী গুৱাহাটীত

সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'লেও নৱবর্ষক আদৰাৰ নামত মদ খোৱাৰ আনন্দৰ পৰাৰ বিৰত নাথাকিল গুৱাহাটীবাসী । গুৱাহাটীত সর্বকালৰ অভিলেখ ভংগ কৰি সৰ্বমুঠ প্রায় ৬ কোটি টকাৰ সুৰা বিক্রী হয় (6 crore rupees Liquor sold in Guwahati)। পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় দুগুণ সুৰা বিক্ৰী হ'ল ।

মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান

মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান ৷ সোমবাৰে মুখ্যমন্ত্ৰীৰ লগতে ১২৬ গৰাকী উচ্চপদস্থ বিষয়াসহ দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ সন্মিলন (SP's conference in Duliajan) ৷

Exceptional Office Campus: মনোমোহা পাৰিপাৰ্শ্বিক পৰিৱেশে ভৰা এটা বিশেষ চৰকাৰী কাৰ্যালয়

টীয়কৰ এক চৰকাৰী কাৰ্যালয়ৰ ব্যতিক্ৰমী পৰিৱেশ (Exceptional environment of a government office) ৷ কাৰ্যালয়টোৰ পাৰিপাৰ্শ্বিক পৰিৱেশে আকৰ্ষিত কৰিব আপোনাকো ৷ পিছে ক’ত আছে চৰ্চাত থকা এই চৰকাৰী কাৰ্যালয়টো ?

Tuliram Ronghang feliciated: ডক্টৰেট ডিগ্ৰী লাভ কৰা তুলিৰাম ৰংহাঙক সম্বৰ্ধনা

কাৰ্বি আংলঙৰ উন্নয়নমূলক কামৰ বাবে ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটি ফ’ৰ পীচ এণ্ড এড্যুকেশ্যন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক (KAAC chief Tuliram Ronghang) ৷ যাৰ বাবে 2022 বৰ্ষৰ প্ৰথমটো দিনটোত অসম সাহিত্য সভাৰ সৌজন্যত ডিফুৰ ৰাংছিনা ভৱনত ড৹ তুলিৰাম ৰংহাঙক সম্বৰ্ধনা (Tuliram Ronghang feliciated by Asam Sahitya Sabha) জনোৱা হয় ৷

শিৱসাগৰত অৰুণোদয় দিৱস উদযাপন

অসমৰ প্ৰথমখন সংবাদ পত্ৰ অৰুণোদয়ৰ জন্ম স্থান শিৱসাগৰত জিলা সাহিত্য সভাৰ উদ্যোগত , ৰংপুৰ সাহিত্য সভা আৰু ৰংপুৰ বাৰ্তাৰ সহযোগত অৰুণোদয় দিৱস উদযাপন (Orunodoi divas celebrated in Sivasagar) ৷

ANM workers protest: প্ৰাপ্য বিচাৰি লখিমপুৰত এ এন এম কৰ্মীৰ প্ৰতিবাদ

দীৰ্ঘ দিন ধৰি ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ এন এইচ এমৰ এ এন এম কৰ্মীসকল ৷ বহু আবেদন-নিবেদন কৰিও সু-ফল লাভ কৰা নাই এ এন এম কৰ্মীসকলে ৷ এই অভিযোগ ৰাজ্যৰ এ এন এম কৰ্মীসকলৰ ৷

মদাপী স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে পত্নীক

নৱবৰ্ষৰ দিনা সুৰাপান কৰি অহা স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই পীৰাৰে মূৰত প্ৰহাৰ কৰে পত্নীক ৷ ফলত মাটিত ঢলি পৰি থিতাতে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পত্নীয়ে(Alcoholic husband killed wife) । জানো আহক তাৰ পিছত কি হ’ল ৷

NLFT cadre surrender: নৱবৰ্ষৰ পহিলা দিনটোতে ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত আছে । এইবাৰ বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিলে NLFT সংগঠনৰ দুজনকৈ কেডাৰে (NLFT cadre surrenders before BSF in Tripura)। NLFT(BM)ৰ জ্যেষ্ঠ কেডাৰ ক্ষিতিশ দেৱবৰ্মা ওৰফে কখী আৰু স্বপন দেৱবৰ্মা ওৰফে বাথাৰে শনিবাৰে আত্মসমৰ্পণ কৰে । ত্ৰিপুৰাত NLFTৰ মুঠ ৩১ জন সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।

নতুন বছৰত সমষ্টিবাসীলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উপহাৰ

নৱবৰ্ষ উপলক্ষে সোণাৰিৰ ৰাইজলৈ বিশেষ উপহাৰ আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ নৱবৰ্ষত দুখনকৈ হাস্পতাল উপহাৰ স্বৰূপে আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে (MLA Dharmeswar Konwar gifted two hospitals to Sonari people) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.