ETV Bharat / state

লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত তৃতীয় লিংগৰ - transgender

আউটকাষ্ট নামৰ অসমীয়া ছবিখনত তৃতীয় লিংগৰ বিষয়ে ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ ৷ চৰকাৰে ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি দাবী কৰে তৃতীয় লিংগক নেতৃত্ব দিয়া স্বাতী বিধান বৰুৱাই ।

তৃতীয় লিংগৰ ভোট বৰ্জন সিদ্ধান্ত
author img

By

Published : Mar 14, 2019, 12:33 AM IST

গুৱাহাটী, 13 মাৰ্চঃ আউটকাষ্ট নামৰ অসমীয়া ছবিখনৰ বেনাৰ পোষ্টাৰকলৈ ক্ষোভিত একাংশ তৃতীয় লিংগৰ লোকৰ ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে ছবিখন শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰে ৷

লোকসভা নিৰ্বাচনত তৃতীয় লিংগৰ ভোট বৰ্জন সিদ্ধান্ত
অভিযোগ অনুসৰি ছবি নিৰ্মাতা প্ৰকাশ ডেকাৰ দ্বাৰাপৰিচালিতছবিখন তৃতীয় লিংগৰ লোকসকলৰ অনুমতি অবিহনে সম্পূৰ্ণ ভুল তথ্যৰ ভিত্তিত ছবিখন নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰে৷

চৰকাৰে ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি দাবী কৰেতৃতীয় লিংগক নেতৃত্ব দিয়া স্বাতী বিধান বৰুৱাই । লগতে তৃতীয় লিংগৰ উন্নয়নৰ বাবে ২০১৪ চনতে অহা আইনখন চৰকাৰে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে বুলিও সংবাদমেলত সদৰী কৰে ।

Intro:গুৱাহাটী প্ৰেছ ক্লাৱত তৃতীয় লিংগৰ সংবাদমেল ।

Body:এখন ছবিক লৈ তীব্ৰ অসন্তুষ্ট তৃতীয় লিংগ ।আউটকাষ্ট নামৰ এই ছবিখনৰ বেনাৰ পোষ্টাৰ লৈ তৃতীয় লিংগৰ লোকসকলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ছবিখন বন্ধ কৰাৰ দাবী তুলিলে ।গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি ছবি খনৰ বিৰুদ্ধে সৰৱ হল তৃতীয় লিংগ ।তেওঁ লোকৰ অভিযোগ যে তৃতীয় লিংগৰ লোকসকলৰ অনুমতি অবিহনে সম্পূৰ্ণ ভুল তথ্য ৰ ভিত্তিত ছবি খন।নিৰ্মাণ কৰিছে ।গতিকে প্ৰশাসনৰ লগতে চৰকাৰে ছবি খনৰ নিৰ্মাতা আৰু পৰিচালক ৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে বুলি দাবী তুলিলে তৃতীয় লিংগ ক নেতৃত্ব দিয়া স্বাতী বিধান বৰুৱাই ।লগতে তৃতীয় লিংগ ৰ উন্নয়নৰ বাবে ২০১৪ চনতে অহা আইন খন চৰকাৰে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত ভোট নিদিয়া ৰ সিদ্ধান্ত লৈছে বুলিও সংবাদমেলত সদৰী কৰে ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.