- ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
- সংবাদমেলত মোডী আৰু বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
- নিৰ্বাচন যিমানেই শেষ হৈ আহিছে,মোডী ডাঙৰীয়া সিমানেই হতাশ হৈছে
- হতাশ হৈয়েই তেওঁ আবোল-তাবোল বকিবলৈ লৈছে
- সিদিনা তেওঁ কলে তেওঁ হেনো ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল
- সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল
- বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কোৱা কথাইও মোডীৰ হতাশাকেই প্ৰতিপন্ন কৰিছে
- মোডীয়ে পাহৰি গৈছে যে তেওঁ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী
- পাঁচ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে
- হয় মোডী মিছলীয়া, নহয় তেওঁ ডিমেনছিয়া ৰোগত ভুগিছে
- মোডী এতিয়া মিছা কথা কোৱা মেচিন হৈ পৰিছে
- দুটাকৈ কাগজৰ কল মাৰি পেলালে
- নিৰ্বাচনত বিজেপিয়ে ক’লা ধন ব্যৱহাৰ কৰিছে
- ৰাজীৱ গান্ধীক ভ্ৰষ্টাচাৰী কৈছে, কিন্তু মোডী আটাইতকৈ ভ্ৰষ্টাচাৰী
- এন আৰ চি ৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই,সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়াত ক্ষুব্ধ তৰুণ গগৈ
- সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি দিয়া বিষয়াক শাস্তি প্ৰদানৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
- প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰতীক হাজেলাই শাস্তি দিবলৈ ক’ত শক্তি পালে বুলি প্ৰশ্ন
- প্ৰয়োজন হ’লে প্ৰতীক হাজেলাৰ ওপৰতো গোচৰ তৰিব তৰুণ গগৈয়ে
মিছা কথাৰ মেচিন নৰেন্দ্ৰ মোডী ! - PRESS MEET
মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৷
মিছা কথাৰ মেচিন নৰেন্দ্ৰ মোডী !
- ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
- সংবাদমেলত মোডী আৰু বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
- নিৰ্বাচন যিমানেই শেষ হৈ আহিছে,মোডী ডাঙৰীয়া সিমানেই হতাশ হৈছে
- হতাশ হৈয়েই তেওঁ আবোল-তাবোল বকিবলৈ লৈছে
- সিদিনা তেওঁ কলে তেওঁ হেনো ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল
- সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল
- বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কোৱা কথাইও মোডীৰ হতাশাকেই প্ৰতিপন্ন কৰিছে
- মোডীয়ে পাহৰি গৈছে যে তেওঁ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী
- পাঁচ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে
- হয় মোডী মিছলীয়া, নহয় তেওঁ ডিমেনছিয়া ৰোগত ভুগিছে
- মোডী এতিয়া মিছা কথা কোৱা মেচিন হৈ পৰিছে
- দুটাকৈ কাগজৰ কল মাৰি পেলালে
- নিৰ্বাচনত বিজেপিয়ে ক’লা ধন ব্যৱহাৰ কৰিছে
- ৰাজীৱ গান্ধীক ভ্ৰষ্টাচাৰী কৈছে, কিন্তু মোডী আটাইতকৈ ভ্ৰষ্টাচাৰী
- এন আৰ চি ৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই,সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়াত ক্ষুব্ধ তৰুণ গগৈ
- সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি দিয়া বিষয়াক শাস্তি প্ৰদানৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
- প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰতীক হাজেলাই শাস্তি দিবলৈ ক’ত শক্তি পালে বুলি প্ৰশ্ন
- প্ৰয়োজন হ’লে প্ৰতীক হাজেলাৰ ওপৰতো গোচৰ তৰিব তৰুণ গগৈয়ে
A_GHY_14MAY_802_TARUN_GOGOI_PC_VIS_BYT_AKASH
# ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ সংবাদমেল৷
# নিৰ্বাচন যিমানেই শেষ হৈ আহিছে,মোডী ডাঙৰীয়া সিমানেই হতাশ হৈছে৷হতাশ হৈয়েই তেও আবোল তাবোল বকিবলৈ লৈছে৷সিদিনা তেওঁ কলে তেওঁ হেনো ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল৷কিন্তু সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল৷বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কোৱা কথাইও মোডীৰ হতাশাকেই প্ৰতিপন্ন কৰিছে৷
# মোডীয়ে পাহৰি গৈছে যে তেওঁ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী৷পাঁচ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে৷
# এনে আল্টু ফাল্টু কথা কোৱাৰ দুটাই কাৰণ হব পাৰে৷হয় তেওঁ মিছলীয়া, নহয় তেওঁ ডিমেনছিয়া ৰোগত ভূগিছে৷মোডী এতিয়া মিছা কথা কোৱা মেচিন হৈ পৰিছে৷
# দুটাকৈ কাগজৰ কল মাৰি পেলালে৷চৰকাৰ খনে মৌন হৈ চাই আছে৷জাতি মাটি ভেঁটিৰ কথা কয়,কিন্তু কাগজ কল দুটা বচাব নোৱাৰিলে
# এই নিৰ্বাচনটোত বিজেপিয়ে কলা ধন ব্যৱহাৰ কৰিছে৷তেওঁৰ দলে ইমান টকা কত পালে৷তেওঁ ৰাজীৱ গান্ধীক ভ্ৰষ্টাচাৰী কৈছে,মই কৈছো মোডী আটাইতকৈ ভ্ৰষ্টাছাৰী৷
# হিমন্তই কলকতাত কি কৰিছে৷টকা বিলোৱাৰ বাদে হিমন্তই কি কৰিছে
# মোডীয়ে কয় নিজেও নাখাওঁ আনকো খাব নিদিও৷তেন্তে তোমাৰ দল আটাইতকৈ চহকী কেনেকৈ হল
# কামৰ দ্বাৰা নহয়, মোডী বন্দনাৰে হিমন্তই মুখ্যমন্ত্ৰী হব বিচাৰিছে৷হিমন্তই বুজি পাইছে, কামেৰে নহব সেয়ে ৰাস্তাত নাচি বাগি মুখ্যমন্ত্ৰী হব বিছাৰিচে
# আজি টকা আৰু ক্ষমতাৰ বলেৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰক ধ্বংস কৰা হৈছে
# মুখ্যমন্ত্ৰীয়ে শোচনীয় ৰাস্তাত নামি বিষয়াক মাতি আনে৷ৰাস্তা মেৰামতি কৰিবলৈ সময় বান্ধি দিয়ে৷কঠোৰ নিৰ্দেশ দিয়ে৷তাৰপিছটো ৰাস্তা মেৰামতি নহয়৷এইজন মুখ্যমন্ত্ৰী নে চুপাৰিনটেণ্ডেন ইঞ্জিনিয়াৰ৷এক্সুকিউটিভ ইঞ্জিনিয়াৰ হোৱাৰো যেগ্য নহয়৷বিভাগসমূহৰ কাম কাজক লৈ মুখ্যমন্ত্ৰী নিজেই সন্তুষ্ট নহয়৷মুখ্যমন্ত্ৰীয়েই যদি সন্তুষ্ট নহয়,ৰাইজ কেনেকৈ সন্তুষ্ট হব
# এন আৰ চি ৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই,সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে৷যি সকল বিষয়াই সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি কৰিছে সেইসকল বিষয়াক শাস্তি দিয়ক৷প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই তত সাহস পালে? প্ৰয়োজন হলে আমি হাজেলাৰ ওপৰটো গোচৰ দিম