ETV Bharat / state

ফেণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত বন্ধ ফেৰীসেৱা

গুৱাহাটী মহানগৰীত পুৱাৰ পৰাই আকাশ মেঘাচ্ছন্ন হোৱাৰ লগতে কিনকিনিয়া বৰষুণ হোৱাও পৰিলক্ষিত হয়

author img

By

Published : May 4, 2019, 10:36 AM IST

ফণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত বন্ধ ফেৰীসেৱা

গুৱাহাটী, 4 মেঃ সংহাৰী ফেণীৰ প্ৰভাৱ পৰা দেখা গ'ল গুৱাহাটী মহানগৰীত। পুৱাৰ পৰাই আকাশ মেঘাচ্ছন্ন হোৱাৰ লগতে কিনকিনিয়া বৰষুণ হোৱাও পৰিলক্ষিত হয় গুৱাহাটী মহানগৰীত ।

ফেণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত বন্ধ ফেৰীসেৱা

ফেণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হয় ফেৰীৰ চলাচল। মহানগৰীৰ বাসিন্দাসকলক সাজু থাকিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী।

Intro:খংহাৰী ফণী প্ৰভাৱ গুৱাহাটীত ।

Body:খংহাৰী ফণী প্ৰভাৱ পৰা দেখা গল গুৱাহাটী মহানগৰীত।গুৱাহাটী মহানগৰীতৰ আকাশতমেঘ পৰিলক্ষিত হল। যাৰ ফলত কিনকিনিয়া বৰুষণ গুৱাহাটী মহানগৰীত। খংহাৰী ফণী প্ৰভাৱৰ বাবে গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাট সমূহত বন্ধা কৰি দিয়া হৈছে ফেৰীৰ চলাচল। কামৰূপৰ মহানগৰ জিলা প্ৰশাসন জাৰি কৰি দিছে সতৰ্কবাণী।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.