ETV Bharat / state

মূল্যবৃদ্ধি : জনতাক মাধমাৰ শোধাই দুগুণলৈ বৃদ্ধি দাম - পিয়াঁজ

পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত ৰাজ্যৰ জনসাধাৰণ ৷ মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে দুগুণ পৰ্যন্ত দাম বৃদ্ধি পাইছে আলু, পিয়াঁজ, আদাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷

পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত জনসাধাৰণ
author img

By

Published : Jun 10, 2019, 5:00 PM IST

গুৱাহাটী, 10 জুন : পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত পৰিছে ৰাজ্যৰ জনসাধাৰণ ৷ মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে দুগুণ পৰ্যন্ত দাম বৃদ্ধি পাইছে আলু, পিয়াঁজ, আদাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷ প্ৰতি কেজিত 14 টকাত বিক্ৰী হৈ থকা আলুৰ দাম 20 টকা হোৱাৰ পৰিৱৰ্তে 20 টকীয়া পিয়াঁজ 25 টকা হ'লগৈ ৷

পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত জনসাধাৰণ

সমান্তৰালভাৱে, আদাৰ দামো হঠাতে বাঢ়ি হ'লগৈ প্ৰতি কিলোগ্ৰামত 140 টকা । চৰকাৰৰ যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম আৰু ইয়াৰ ফলত মাধমাৰ পৰিছে সাধাৰণ গ্ৰাহকৰ মূৰত ৷

Intro:পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত জনসাধাৰণ । নিতৌ দাম বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ । মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে দুগুণ পৰ্যন্ত দাম বৃদ্ধি পালে আলু,পিয়াঁজ, আদাকে ধৰি সামগ্ৰীৰ । সেই অনুসৰি কেইদিনমান পূৰ্বে আলুৰ প্ৰতি কেজিত 14 টকা দাম আছিল যদিও এতিয়া হলগৈ 20 টকা প্ৰতি কেজিত । পিয়াঁজ প্ৰতি কেজিত দাম আছিল 20 টকা কিন্তু হঠাতে দাম বাঢ়ি হলগৈ 25 টকা প্ৰতি কেজিত ।সমান্তৰালভাৱে আদাৰ দামো হঠাতে বাঢ়ি হলগৈ প্ৰতি কেজিত 140 টকা । কিন্তু কিহৰ বাবে দাম বৃদ্ধি হল তাৰ নাই কোনো উপযুক্ত উত্তৰ ।

বাইট

এনেদৰে প্ৰতিদিনেই মূল্যবৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ ।মাধমাৰ পৰিছে সাধাৰণ গ্ৰাহকৰ মূৰত । চৰকাৰৰ যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এচাম অসাধু ব্যৱসায়িয়ে ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম । এই ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে??সেয়া এক ডাঙৰ প্ৰশ্ন ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.