ETV Bharat / state

অনাথ শিশুক লৈ প্ৰাক হলী উদযাপন ডনবস্ক টেকনিকেলৰ - হলী

চাইণ্ড ফ্ৰেণ্ডলী গুৱাহাটীৰ উদ্যোগত 4 টা কেন্দ্ৰৰ দৰিদ্ৰ আৰু অনাথ কণ কণ শিশুসকলক লগত লৈ উদযাপন কৰা হয় হলী

ডনবস্ক টেকনিকেল
author img

By

Published : Mar 17, 2019, 10:02 PM IST

গুৱাহাটী, 17 মাৰ্চঃ দেওবাৰে মহানগৰীৰ মালিগাঁৱস্থিত ডনবস্ক টেকনিকেল স্কুলত উদযাপন কৰে প্ৰাক হলী । পুৱাৰে পৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই প্ৰাক হলী । স্নেহালয়াৰ অন্তৰ্গত চাইণ্ড ফ্ৰেণ্ডেলী গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ । সংস্থাটোৰ 4 টা কেন্দ্ৰৰ দৰিদ্ৰ আৰু অনাথ কণ কণ শিশুসকলকলগত লৈ উদযাপন কৰা হয় হলী । সকলোৱে আনন্দ ফূৰ্তিৰে বিদ্যালয়খনত পালন কৰে ৰঙৰ উৎসৱ ফাকুৱা । ইফালে বিভিন্ন গীত-নৃত্যও পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে । উল্লেখযোগ্য যে, এই অনুষ্ঠানত গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল পৰশে ।

ডনবস্ক টেকনিকেল হলী

Slug: A_GHY_17MAR_801_PRE HOLI CELEBRATION_HIRUL

দেওবাৰে মহানগৰীৰ মালিগাঁওস্থিত ডনবস্ক টেকনিকেল স্কুলত উদযাপন কৰে প্ৰাক হলী। পুৱাৰে পৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই প্ৰাক হলী। স্নেহালয়াৰ অন্তৰ্গত চাইণ্ড ফ্ৰেণ্ডেলী গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। সংস্থাটোৰ ৪টা কেন্দ্ৰৰ দৰিদ্ৰ আৰু অনাথ কণ কণ ছাত্ৰীসকলৰ লগত উদযাপন কৰা হয় হলী। সকলোৱে আনন্দ ফূৰ্তিৰে বিদ্যালয়খনত পালন কৰে ৰঙৰ উৎসৱ ফাকুৱা। ইফালে বিভিন্ন গীত-নৃত্যও পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখযোগ্য যে এই অনুষ্ঠানত গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল পৰাশে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.