ETV Bharat / state

বেংগলী এম ই স্কুলত প্ৰাক্তন ছাত্ৰ সমাৰোহ - প্ৰাক্তন ছাত্ৰ সমাৰোহ

কেইবাগৰাকীও বিশেষভাৱে সাফল্য অৰ্জন কৰা প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় এই ছাত্ৰ সমাৰোহত ৷

বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ
author img

By

Published : Apr 28, 2019, 11:20 PM IST

গুৱাহাটী, 28 এপ্ৰিলঃ দেওবাৰে মহানগৰীৰ মালিগাঁও বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ । মালিগাঁৱৰ অতিকৈ পুৰণি এই স্কুলৰ প্ৰতিজন প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰে সমাৰোহত । সকলোৱে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে এই অনুষ্ঠানত । ন পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে এক আলোচনা চক্ৰত ভাগ লয় ।

বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ

বৰ্তমানৰ শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাৰ বাবে বক্তৃতা প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে । তাৰোপৰি কেইবাগৰাকীও বিশেষভাৱে সাফল্য অৰ্জন কৰা প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । ইফালে স্কুলখনৰ একেটা চৌহদতে আছে অসমীয়া মাধ্যমৰ বিদ্যালয় । এইখনেই প্ৰথম অসমীয়া আৰু বেংগলী মাধ্যমৰ বিদ্যালয়, য’ত একেলগে দুটা মাধ্যমৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে ৷

Intro:দেওবাৰে মহানগৰীৰ মালিগাঁও বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ। মালিগাঁৱৰ অতিকৈ পুৰণি এই স্কুলৰ প্ৰতিজন প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰে সমাৰোহত। সকলোৱে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে এই অনুষ্ঠানত। ন পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে মাজত এক আলোচনা চক্ৰও অনুষ্ঠিত হয়। বৰ্তমানৰ শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাৰ বাবে বক্তৃতা প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। Body:তাৰোপৰি কেইবাগৰাকীও বিশেষভাৱে সাফল্য অৰ্জন কৰা প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। ইফালে স্কুলখনৰ একেটা চৌহদতে আছে অসমীয়া মাধ্যমৰ বিদ্যালয়। এইখনেই প্ৰথম অসমীয়া আৰু বেংগলী মাধ্যমৰ বিদ্যালয়, যত একেলগে দুটা মাধ্যমৰ বিদ্যালয় আছে। Conclusion:Hirul Haque...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.