ETV Bharat / state

জালুকবাৰীত উদ্ধাৰ ৫ বছৰীয়া কণমানি

author img

By

Published : May 22, 2019, 2:29 PM IST

জালুকবাৰীৰ পৰা সদিলাপুৰলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় এটা ৫ বছৰীয়া কন্যা শিশু ৷ সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে চাইল্ড লাইনক গটাই দিছে শিশুটি

জালুকবাৰীত উদ্ধাৰ ৫ বছৰীয়া কণমানি

গুৱাহাটী, 22 মে': মহানগৰীৰ জালুকবাৰীত বুধবাৰে উদ্ধাৰ হয় এটা ৫ বছৰীয়া কন্যা শিশু। জালুকবাৰীৰ পৰা সদিলাপুৰলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় এই শিশুটি ৷ শিশুটিয়ে পৰিচয় দিব নোৱাৰাত আৰক্ষীয়ে জালুকবাৰী আৰক্ষী চকীলৈ লৈ আনে শিশুটি ।

জালুকবাৰীত উদ্ধাৰ ৫ বছৰীয়া কণমানি

শিশুটিয়ে নিজৰ নাম কাজিৰা বুলি কয় যদিও বৰ্তমানেও জানিব পৰা নাই শিশুটিৰ সঠিক পৰিচয়। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে চাইল্ড লাইনক গটাই দিছে শিশুটিক। যদিহে কোনো ব্যক্তিয়ে শিশুটিক চিনাক্ত কৰে তেন্তে জালুকবাৰী আৰক্ষী অথবা চাইল্ড লাইনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে চাইল্ড লাইন কৰ্তৃপক্ষই।

Intro:জালুকবাৰীত কন্যা শিশু উদ্ধাৰ

বুধবাৰে মহানগৰীৰ জালুকবাৰীত এটা ৫ বছৰীয়া কন্যা শিশু উদ্ধাৰ হয়। জালুকবাৰীৰ পৰা সদিলাপুৰলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় শিশুটি। শিশুটিয়ে পৰিচয় দিব নোৱাৰাত আৰক্ষীয়ে নৈ আনে জালুকবাৰী আৰক্ষী চকীলৈ। শিশুটিয়ে নিজৰ নাম কাজিৰা বুলি কয় যদিও এতিয়ালৈ সঠিক পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে চাইল্ড লাইনক গটাই দিছে শিশুটিক। যদিহে কোনো ব্যক্তিয়ে শিশুটিক চিনাক্ত কৰে তেন্তে জালুকবাৰী আৰক্ষী অথবা চাইল্ড লাইনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে চাইল্ড লাইন কৰ্তৃপক্ষই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.