ETV Bharat / state

কংগ্ৰেছৰ বাবেই শ্বহীদ হৈছিল ৮৫৫ গৰাকী লোক

author img

By

Published : Feb 22, 2019, 7:15 PM IST

অসম চুক্তি প্ৰতাৰণাৰ দলিল বুলি মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

hindu yuva

গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ "কংগ্ৰেছৰ বাবেই শ্বহীদ হৈছিল ৮৫৫ গৰাকী লোক। আৰু শ্বহীদৰ এই ত্যাগক অথলে নিয়াইছিল আছুৰ নেতৃত্বই।" শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

hindu yuva
লগতে বৰ্তমান সময়ত অগপ দলে কংগ্ৰেছৰ লগত হাত মিলাই পাপ হে কৰিছে বুলিও সমালোচনা কৰে সংগঠনটোৱে। তাৰোপৰি সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চুক্তিৰ সাক্ষৰ কৰা সকলেই ২০ বছৰ বিদেশীৰ বোজা অসমে লব লগা হ'ল বুলিও অভিযোগ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। সংবাদমেলত সংগঠনটোৱে অসম চুক্তি প্ৰতাৰণাৰ দলিল বুলিও মন্তব্য কৰে।

Intro:কংগ্ৰেছৰ বাবেই ছহীদ হৈছিল ৮৫৫ গৰাকী লোক ‌।ছহিদৰ এই ত্যাগক পৰবৰ্তী সময়ত অথলে নিয়াইছিল আছু নেতৃত্ব ই ।

Body:এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৱে ।লগতে অগপ আৰু কংগ্ৰেছৰ মাজত কেৱল সেয়া মুখ চুপতি হে চলি আছে বুলি মন্তব্য কৰে ।গতিকে ছহিদৰ মৃত্যুৰ বাবেই কংগ্ৰেছেই প্ৰধান ত দায়ী ।গতিকে বৰ্তমান সময়ত অগপ দলে কংগ্ৰেছৰ লগত হাত মিলাই পাপ হে কৰিছে বুলি সমালোচনা কৰে সংগঠনটোৱে ।লগতে আৰু কয় যে সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তিত সাক্ষৰ কৰা সকলেই ২০ বছৰ বিদেশী ৰ বোজা অসমে লব লগা হল বুলিও অভিযোগ কৰে ।সংবাদমেলত সংগঠনটঝৰ অসম চুক্তি প্ৰতাৰণা ৰ দলীল বুলিহে মন্তব্য কৰে ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.