ETV Bharat / state

মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক

সোমবাৰে ভূতনাথৰ পৰা গ্ৰেপ্তাৰ হোৱা দ্বীপ কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিশা গ্ৰেপ্তাৰ কৰা হয় চফিকুলক । উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নিৰ্দেশনাৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ।

author img

By

Published : Jun 4, 2019, 6:32 PM IST

মহানগৰীত ড্ৰাগছ ব্যৱসায়ী আটক

গুৱাহাটী, 4 জুন : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই মালিগাঁও কালাপানীত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিছে ৷ ভৰলুমুখ আৰক্ষীয়ে আটক কৰা চফিকুল ইছলামৰ পৰা জব্দ কৰিছে ড্ৰাগছসহ নগদ 21 হাজাৰ টকা ৷

Intro:মাৰাত্মক ড্ৰাকছৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈ পৰিছে মহানগৰীৰ আৰক্ষী। মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাকছ ব্যৱসায়ীৰ বিৰুদ্ধে চলাই আছে অভিযান। মহানগৰীৰ মালিগাঁও কালাপানীত ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চফিকুল ইছলাম নামৰ এটা ড্ৰাকছ সৰবৰাহকাৰীক। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাকছসহ ২১হাজাৰ টকা। সোমবাৰে ভূটনাথৰ পৰা গ্ৰেপ্তাৰ হোৱা দ্বীপ কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিশা গ্ৰেপ্তাৰ কৰা হয় চফিকুলক। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৭ গ্ৰাম ড্ৰাকছৰ লগতে নগদ ২৩হাজাৰ টকা। উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নিৰ্দেশনাৰ পিছতে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাকছ বিৰোধী অভিযান। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.