ETV Bharat / state

নগাঁৱত ক'লা পতাকা প্ৰদৰ্শনেৰে আছুৰ প্ৰতিবাদ - ETV bharat assam

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল পৰিৱেশ

author img

By

Published : Feb 9, 2019, 7:34 PM IST

নগাঁও, ৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়ত নগাঁৱত দ্বিতীয়টো প্ৰতিবাদ । শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে হাতে হাতে ক'লা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

nagaon
আনহাতে, লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত মোডীয়ে খিলঞ্জীয়াৰ ভোট ভিক্ষা ল'বলৈহে অসমলৈ আহে বুলি মন্তব্য সংগঠটোৰ সদস্যসকলে।
undefined

Intro:ক'লা পতাকা লৈ নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

Body:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত নগাঁৱত দ্বীতিয়টো প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিয়ে হাতে হাতে ক'লা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে। লোকসভা নিৰ্বাচনৰ প্ৰকমহুৰ্তত নৰেন্দ্ৰ মোদীয়ে খিলঞ্জীয়াৰ ভোট লবলৈহে অসমলৈ আহে বুলি মন্তব্য সংগঠটোৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.