ETV Bharat / state

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত ব্যৱহাৰ প্লাষ্টিকৰ পতাকা

প্লাষ্টিকৰ পতাকা ব্যৱহাৰ কৰাক লৈ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

AJYCP
author img

By

Published : Feb 11, 2019, 5:30 PM IST

গুৱাহাটী, ১১ ফেব্ৰুৱাৰীঃ ভাৰতৰ জাতীয় পতাকাৰ লগতে আন দেশৰ প্লাষ্টিক পতাকা ব্যৱহাৰক লৈ তীব্ৰ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । ৯ ফেব্ৰুৱাৰীৰ পৰা মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আজি আছিল অন্তিম দিন । দেশী বিদেশী বহু গুণী-জ্ঞানী লোকে অংশ গ্ৰহণ কৰিছে এই অনুষ্ঠানত।

AJYCP
কিন্তু এই উৎসৱত অংশ গ্ৰহণ কৰা দেশ সমূহৰ পতাকাৰ লগতে প্লাষ্টিকৰে প্ৰস্তুত কৰা ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰ কৰা কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। লগতে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ কলিতাই ।
undefined

Intro:জাতীয় পতাকাৰ লগতে আন দেশৰ প্লাষ্টিক পতাকা ব্যৱহাৰক লৈ তীব্ৰ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

Body:শনিবাৰ ৰ পৰা মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আজি অন্তিম দিন ।দেশী বিদেশী বহু গুণী জ্ঞান লোক সকলে অংশ গ্ৰহণ কৰিছে এই অনুষ্ঠানত ।গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ অংশগ্ৰহণ কৰা দেশৰ পতাকা লগতে জাতীয় পতাকা অপমান কৰা দৃশ্য দেখা দিচপুৰ আৰু গুৱাহাটী ক্লাৱত দেখা গল ভাৰতীয় জাতীয় পতাকাৰ লগতে প্লাষ্টিকৰ পতাকা ।জাতীয় পতাকাৰ লগতে দেশী বিদেশী পতাকা অপমান কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ কলিতাই ।লগতে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে ।

Conclusion:Asrar Answer গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.