ETV Bharat / state

পলিঅ' সেৱন কৰি শিশুৰ মৃত্যু

শিলচৰ উধাৰবন্দৰ সুখাছোড়া এলেকাত এটি দুই মহীয়া শিশুক পলিঅ' সেৱন কৰোৱাৰ পাছতে মৃত্যু ঘটে । পলিঅ' সেৱন কৰোৱাৰ আগতে সম্পূৰ্ণ সুষ্ঠ অৱস্থাত আছিল কণমানিটি । উধাৰবন্দৰ মেডিকেল কলেজত মৃত্যু হয় কণমানিটোৰ ।

TWO MONTHS BABY DIED AT SILCHAR
author img

By

Published : Apr 29, 2019, 5:26 PM IST

শিলচৰ, ২৯ এপ্ৰিল: শিলচৰ উধাৰবন্দৰ সুখাছোড়া এলেকাৰ বাসিন্দা মণ্টু ওৰাঙৰ দুই মহীয়া শিশুগৰাকীয়ে সোমবাৰে পলিঅ' সেৱন কৰোৱা হয় । পলিঅ' সেৱন কৰোৱাৰ পাছতে ঘৰলৈ অহাৰ পথত হঠাতে অসুস্থ হৈ পৰা শিশুটিক তড়িঘড়ি উধাৰবন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তাৰ পৰা মেডিকেল কলেজলৈ পঠোৱা হয় । সেই ৰাতিয়ে শিশুটিয়ে মৃত্যুক সাৱটি লয় । ঘটনাৰ বিৱৰণী দি শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়ে যে, পলিঅ' সেৱন কৰোৱাৰ আগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল শিশুটি ।

Intro:NEWS silchar___ পোলিও প্ৰতিষেধক নিয়ে মৃত্যুৰ ঘটনা দুই মাসেৰ শিশুৰ৷Body:NEWS silchar___ পোলিও প্ৰতিষেধক নিয়ে মৃত্যুৰ ঘটনা দুই মাসেৰ শিশুৰ৷
ঘটনাটি উধাৰবন্দ বিধান সভাৰ কেন্দেৰ থানাৰ অন্তগৰ্ত নগৰৰ কলোনীৰ ২৯নং সেণ্টাৰেৰ ৷উধাৰবন্দ সুখাছোড়া এলাকাৰ ৱাসিন্দা মণ্টু উৰাং গত দিনৰ তাৰ দুমাহিয়া শিশু বিভাস উৰাং কে নিয়ে যায় নগৰৰ কলোনীৰ ২৯নং সেণ্টাৰেৰ নিয়ে যায়ৎ পোলিও প্ৰতিষেধক নোওয়াৰ জন্য৷প্ৰতিষেধক নিয়ে বাড়ীতে আছাৰ কিছুক্ষণৰ পছতো শিশুটিৰ হঠাৎহে অসুস্থ হয়ে পাছতো তড়িঘড়ি উধাৰৱন্দ প্ৰথমিক সাস্হ্য কেন্দ্ৰে নিয়ে য়াওয়া হয়৷শিশুৰ স্বাস্হ্য বেগতিক দেখোন মুডিকেল কলেজ পাঠিয়ে দেওয়া হয়,এবং ৰাতেই সেখনেই শিশুটিৰমৃত্যুৰ হয়৷ঘটনাৰ বিৱৰণ দিতে গিয়ি মৃত্যু শিশুটিৰ মা জানায়স যে,পোলিও প্ৰতিষেধক নোওয়াৰ পূবে তাৰ ছেলে বিভাগৰ উৰাং সম্পূৰ্ণ সুস্হ ছিল৷পোলিও প্ৰতিষেধক নেওযাৰ পৰই শিশুটিৰ মৃত্যু হয়েছে বলে তিনি অভিযোগ কৰেনConclusion:NEWS silchar___ পোলিও প্ৰতিষেধক নিয়ে মৃত্যুৰ ঘটনা দুই মাসেৰ শিশুৰ৷
ঘটনাটি উধাৰবন্দ বিধান সভাৰ কেন্দেৰ থানাৰ অন্তগৰ্ত নগৰৰ কলোনীৰ ২৯নং সেণ্টাৰেৰ ৷উধাৰবন্দ সুখাছোড়া এলাকাৰ ৱাসিন্দা মণ্টু উৰাং গত দিনৰ তাৰ দুমাহিয়া শিশু বিভাস উৰাং কে নিয়ে যায় নগৰৰ কলোনীৰ ২৯নং সেণ্টাৰেৰ নিয়ে যায়ৎ পোলিও প্ৰতিষেধক নোওয়াৰ জন্য৷প্ৰতিষেধক নিয়ে বাড়ীতে আছাৰ কিছুক্ষণৰ পছতো শিশুটিৰ হঠাৎহে অসুস্থ হয়ে পাছতো তড়িঘড়ি উধাৰৱন্দ প্ৰথমিক সাস্হ্য কেন্দ্ৰে নিয়ে য়াওয়া হয়৷শিশুৰ স্বাস্হ্য বেগতিক দেখোন মুডিকেল কলেজ পাঠিয়ে দেওয়া হয়,এবং ৰাতেই সেখনেই শিশুটিৰমৃত্যুৰ হয়৷ঘটনাৰ বিৱৰণ দিতে গিয়ি মৃত্যু শিশুটিৰ মা জানায়স যে,পোলিও প্ৰতিষেধক নোওয়াৰ পূবে তাৰ ছেলে বিভাগৰ উৰাং সম্পূৰ্ণ সুস্হ ছিল৷পোলিও প্ৰতিষেধক নেওযাৰ পৰই শিশুটিৰ মৃত্যু হয়েছে বলে তিনি অভিযোগ কৰেন
Bite..... 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.