ETV Bharat / state

কাছাৰত চালকসহ তিনিখন কাঠ ভৰ্তি ট্ৰাক জব্দ - বন বিভাগ

বনবিভাগৰ অভিযানত কাছাৰত চালকসহ তিনিখন কাঠ ভৰ্তি ট্ৰাক জব্দ ৷ মিজোৰামৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথত জব্দ কৰে বন বিভাগৰ লোকে ৷

কাছাৰত চালক সহ তিনি খন কাঠ ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Aug 7, 2019, 4:04 PM IST

  • কাছাৰত চালক সহ তিনি খন কাঠ ভৰ্তি ট্ৰাক জব্দ
  • মিজোৰামৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত জব্দ কৰে
  • বন বিভাগৰ অভিযানত জব্দ হয় ট্ৰাক কেইখন
    কাছাৰত চালক সহ তিনি খন কাঠ ভৰ্তি ট্ৰাক জব্দ
  • ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে-AS01FC 8256, NL01AC 0685, আৰু NL01AD 5612
  • ধৃত চালক কেইজনৰ নাম মজিবুৰ ৰহমান, নুৰুল ইছলাম আৰু জাকিৰ হুছেইন
  • জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 40 লাখ টকা

Intro:Silchar Breaking
কাছাৰ জিলাৰ নতুনবাজাৰত জব্দ বৃহৎ পৰিমাণৰ সেগুন কাঠ ৷ Body:Silchar Breaking
কাছাৰ জিলাৰ নতুনবাজাৰত জব্দ বৃহৎ পৰিমাণৰ সেগুন কাঠ ৷ গোপন সূত্ৰৰ ভিত্তিত বন বিভাগৰ অভিযানত জব্দ তিনি খন সেগুন ভৰ্তি ট্ৰাক ৷ AS01FC 8256, NL01AC 0685, আৰু NL01AD 5612 নম্বৰৰ এই তিনিখন ট্ৰাকৰ পৰা জব্দ কৰা হয় প্ৰায় 4000CFT সেগুন কাঠ ৷ এয়াৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা ৷ লগতে আটক কৰা হয় তিনিজন ট্ৰাক চালকক ৷ তেওঁ লোকৰ নাম মজিবুৰ ৰহমান, নুৰুল ইসলাম আৰু জাকিৰ হোসেন ৷ মিজোৰামৰ পৰা গুয়াহাটি লৈ যোৱাৰ সময়ত জব্দ কৰা এই ট্ৰাককৈখন ৷Conclusion:Silchar Breaking
কাছাৰ জিলাৰ নতুনবাজাৰত জব্দ বৃহৎ পৰিমাণৰ সেগুন কাঠ ৷ গোপন সূত্ৰৰ ভিত্তিত বন বিভাগৰ অভিযানত জব্দ তিনি খন সেগুন ভৰ্তি ট্ৰাক ৷ AS01FC 8256, NL01AC 0685, আৰু NL01AD 5612 নম্বৰৰ এই তিনিখন ট্ৰাকৰ পৰা জব্দ কৰা হয় প্ৰায় 4000CFT সেগুন কাঠ ৷ এয়াৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা ৷ লগতে আটক কৰা হয় তিনিজন ট্ৰাক চালকক ৷ তেওঁ লোকৰ নাম মজিবুৰ ৰহমান, নুৰুল ইসলাম আৰু জাকিৰ হোসেন ৷ মিজোৰামৰ পৰা গুয়াহাটি লৈ যোৱাৰ সময়ত জব্দ কৰা এই ট্ৰাককৈখন ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.