ETV Bharat / state

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

author img

By

Published : Jun 21, 2019, 1:51 PM IST

কাছাৰৰ হৰিণা বস্তিত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত হয় ১০ জনকৈ লোক । বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত যোৱা এটি দল উপস্থিত ঘটনাস্থলীত ৷

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

শিলচৰ,২১জুন : কাছাৰ জিলাৰ ধলাই সমষ্টিৰ হৰিণা বস্তিত নাহৰফুটুকীৰ সন্ত্ৰাস । নাহৰফুটুকীৰ আক্ৰমণত আহত হয় ১০ জনকৈ লোক । ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক । আহত লোকসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় । আহত লোকসকল দ্বিজেন্দ্ৰ দাস, আব্দুল মান্নান, দেবজিৎ দাস, ৰহিম উদ্দিন, পাৰুল হোসেন, সুৰেন দাস, বাবলু দাস আৰু জমিৰুন বিবি বুলি জানিব পৰা গৈছে ।

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

তথ্য অনুসৰি, এসপ্তাহ ধৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইৰ হৰিণা বস্তিত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে । নাহৰফুটুকীয়ে অঞ্চলটোৰ গৰু আৰু ম'হৰ ওপৰত আক্ৰমণ চলায় অহাৰ সময়তে বৃহস্পতিবাৰে নিশা পুনৰ নাহৰফুটুকীয়ে আক্ৰমণ কৰে অঞ্চলবাসীৰ ওপৰত । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক জনোৱাত ঘটনাস্থলীত মন্ত্ৰীৰ নিৰ্দেশত এটা দল গৈ উপস্থিত হয় ।

News Silchar 
SILCHAR BREAKING
বন মন্ত্ৰীৰ সমষ্টিত নাহৰফুটুকীৰ ত্ৰাস ৷ 
কাছাৰ জিলাৰ ধলাই সমষ্টিৰ হৰিণা বস্তিত নাহৰফুটুকীৰ সন্ত্ৰাস ৷ নাহৰফুটুকীৰ আক্ৰমণত ১০ জন কৈ লোক আহত ৷ তাৰ মাজত গুৰুতৰ বাবে আহত ৫ জন ৷ আহত লোক সকল বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ আহত লোক সকল হল, দ্বিজেন্দ্ৰ দাস, আব্দুল মন্নান, দেবজিৎ দাস, ৰহিম উদ্দিন, পাৰুল হোসেন, সুৰেন দাস, বাবলু দাস আৰু জমিৰুন বিবি ৷
 
জানিব পৰা মতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইৰ হৰিণা বস্তিত যোৱা এক সপ্তাহ ধৰি এটা নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিয়াছে ৷ এক সপ্তাহ ধৰি গৰু মহিষক আক্ৰমণ চলাইছিলে ৷ কিন্তু যোৱা কালি নিশা হঠাৎ নাহৰফুটুকীটোয়ে এয়াত বসবাস কৰা মানুহৰ উপৰত আক্ৰমণ চলায় ৷ পলত দশজন মানুহ নাহৰফুটুকীৰ আক্ৰমণত আহত হৈয়াছে ৷ পিচত আহত লোক সকলক শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হয় ৷ স্থানীয় ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক এই ঘটনা অবগত কৰাৰ পিচত মন্ত্ৰীৰ নিৰ্দেশত বনবিভাগৰ এটা দল গৈ উপস্থিত হৈছে হৰিণা বস্তিত ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.