ETV Bharat / state

180 গৰাকী যাত্ৰীৰে শিলচৰত অৱতৰণ বিশেষ বিমানৰ - শিলচৰ

১৮0 জন ব্যক্তিক লৈ শিলচৰত অৱতৰণ কৰিছে বিমানখনে । ইয়াৰ মাজৰ ১৩৬ জন বৰাক উপত্যকাৰ যাত্ৰী থকাৰ বিপৰীতে বাকী সকল গুৱাহাটী আৰু হোজাইৰ বুলি জানিব পৰা গৈছে ।

180 গৰাকী যাত্ৰীৰে শিলচৰত অৱতৰণ বিশেষ বিমানৰ

author img

By

Published : Jun 9, 2020, 8:05 PM IST

শিলচৰ, 9 জুনঃ সোমবাৰে শিলচৰ বিমানবন্দৰত আহি অৱতৰণ কৰে মুম্বাইৰ পৰা অহা এয়াৰ এছিয়াৰ এখন বিশেষ বিমান । দুপৰীয়া 12.10 বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত বিমানখন অৱতৰণ কৰে ।

180 গৰাকী যাত্ৰীৰে শিলচৰত অৱতৰণ বিশেষ বিমানৰ

মূলতঃ মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা অসমৰ ১৮0 জন ব্যক্তিক লৈ শিলচৰত অৱতৰণ কৰিছে বিমানখনে । ইয়াৰ মাজৰ ১৩৬ জন বৰাক উপত্যকাৰ লোক থকাৰ বিপৰীতে বাকী সকল যাত্ৰী গুৱাহাটী আৰু হোজাইৰ ।

উল্লেখ্য যে, বলিউডৰ অভিনেতা চনু সুদে মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা শ্ৰমিক সকলক বিমানেৰে পঠোৱাৰ ব্যৱস্থা কৰিছিল । বৰাক উপত্যকাত উপস্থিত হোৱা এই বিমানখনো অভিনেতাৰ গৰাকীৰ উদ্যোগত পথিওৱা হৈছে ।

লগতে চাওকঃ বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.