শিলচৰ,21জুনঃ শিলচৰৰ গুৰু চৰণ মহাবিদ্যালয়ৰ কেম্পাছত দেওবাৰে জিলা প্ৰশাসন আৰু আৰ্যভট্টা জি চি মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত সূৰ্য্য গ্ৰহণৰ দৃশ্য প্ৰত্যক্ষ কৰিলে ছাত্ৰী ছাত্ৰী সকলে ।
সমাজৰ মাজতে সূৰ্য্য গ্ৰহণ সমন্ধে থকা কু-সংস্কাৰ পৰিত্যাগ কৰাৰ কাৰণে এই প্ৰয়াস গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢকঃ জম্মু কাশ্মীৰৰ সীমান্তত পুনৰ যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ