ETV Bharat / state

শিলচৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকী পালন - SILCHAR

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 158 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে কাছাৰ জিলাৰ লগতে বৰাক উপত্যকা পুৱাৰে পৰা দেখা গৈছে ব্যাপক আয়োজন ৷

শিলচৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকী পালন
author img

By

Published : May 9, 2019, 11:26 AM IST

কাছাৰ,9 মে’ : বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 158 সংখ্যক জন্মবাৰ্ষিকী বৃহস্পতিবাৰে বৰাকৰ নগৰ-চহৰত উলহ-মালহেৰে পালন কৰা হয় ৷ শিলচৰ চহৰত পুৱাৰ পৰা জন্মবাৰ্ষিকী উপলক্ষে পৰিলক্ষিত হয় ব্যাপক উচাহ ৷ পুৱাই চহৰৰ মাজেৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে তাৰাপুৰৰ ৰবীন্দ্ৰনাথৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ ৰবীন্দ্ৰ মূৰ্তিৰ তলত ৰবীন্দ্ৰনাথৰ গীত-নৃত্য আৰু কবিতা আবৃত্তিৰে বৰাক উপত্যকা সাহিত্য ও সংস্কৃতি সন্মিলন, সন্মিলিত সাংস্কৃতিক মঞ্চ, আৰ্য সংস্কৃতি সমিতি সহ বহু কেইটা সংগঠনে শ্ৰদ্ধা জ্ঞাপন কৰে কবিগুৰু ৰবীন্দ্ৰনাথক ৷

News Silchar 
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫৮তম জন্মবাৰ্ষিকী আজি বৰাকৰ গাঁওচহৰত উলহমালহেৰে পালন কৰা হৈছে| শিলচৰ চহৰত পুৱাৰ পৰা চলিছে বৰ্নাঢ্য শোভাযাত্ৰা| লগতে তাৰাপুৰৰ ৰবীন্দ্ৰনাথৰ প্ৰতিমূৰ্তিত মাল্যদান পুষ্পাৰ্ঘ্য অৰ্পন আৰ ৰবীন্দ্ৰ মূৰ্তিৰ তলত সঙ্গীত নৃত্য আবৃতি আৰ আন অনুষ্ঠানৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথক সোঁৰন কৰা হয়|বৰাক উপত্যকা বঙ্গ সাহিত্য ও সংস্কৃতি সন্মেলন, সন্মিলিত সাংস্কৃতিক মন্চ, আৰ্য সংস্কৃতি বোদনী সমিতি সহ বহু সন্থা সংগঠন নানা কৰ্মসূচিৰে ৰবীন্দ্ৰনাথক শ্ৰদ্ধা জনায়...গান
Footage ftp Slug Silchar Robindro 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.