ETV Bharat / state

ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল শিলচৰৰ একাংশ সংগঠন

author img

By

Published : Dec 7, 2020, 3:13 PM IST

দিল্লীৰ কৃষক আন্দোলনৰ লগতে 8 ডিচেম্বৰত হ'বলগীয়া ভাৰত বন্ধৰ সমৰ্থনত শিলচৰৰ ৰাজপথত ওলাই আহিল 15 টাকৈ দল-সংগঠনৰ লোক ৷

ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল শিলচৰৰ একাংশ সংগঠন
ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল শিলচৰৰ একাংশ সংগঠন

শিলচৰ, 7 ডিচেম্বৰ: কৃষক আন্দোলন আৰু 8 ডিচেম্বৰত হ'বলগীয়া ভাৰত বন্ধৰ সমৰ্থনত শিলচৰত বিশাল সমদল বাহিৰ কৰিলে ভিন্ন দল-সংগঠনে ৷ কৃষি বিৰোধী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদী দল-সংগঠন কেইটাই ৷

প্ৰায় 15 টা দল-সংগঠনে বাহিৰ পৰা এই সমদলত প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী ভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে, শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক কৃষি আইন বাতিল কৰিবলৈ দাবী জনায় ৷ অন্যথা সমগ্ৰ দেশতে বৃহৎ আন্দোলন কৰি গঢ়ি তোলাৰ হংকাৰ প্ৰদান কৰে তেওঁলোকে ৷

লগতে পঢ়ক: ভৈৰৱকুণ্ডত ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.