ETV Bharat / state

শিলচৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ - ইটাখোলা চকত ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি

ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ ৷ কাছাৰৰ বিজেপিৰ যুৱ মৰ্চাই প্ৰতিবাদী সমদল বাহিৰ কৰি কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰাহুল গান্ধীৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ
ৰাহুল গান্ধীৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ
author img

By

Published : Feb 16, 2021, 8:54 AM IST

Updated : Mar 2, 2021, 2:15 PM IST

কাছাৰ,16 ফেব্ৰুৱাৰীঃ শিৱসাগৰত বিশাল জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ যুৱ মৰ্চা ৷

ৰাহুল গান্ধীৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

ৰাহুলে শিৱসাগৰৰ নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে জিলাখনৰ যুৱ মৰ্চাই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ লগতে ইটাখোলা চ’কত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছ নেতাগৰাকীৰ ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.