কাছাৰ, 18 অক্টোবৰ: বৰাক উপত্যকাত অসম গণ পৰিষদৰ দলীয় স্থিতি সবল কৰাৰ লগতে ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে শিলচৰত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম গণ যুৱ পৰিষদৰ সংবাদমেল ৷
শনিবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত আগন্তুক বিধানসভাৰ নিৰ্বাচনত বৰাক ভেলীত অসম গণ পৰিষদৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত বিজেপিৰ পৰা বৰাক উপত্যকাৰ বাবে 5 খনকৈ আসন দাবী কৰা হ'ব বুলি প্ৰকাশ কৰে সংবাদমেলৰ আয়োজক সকলে ৷
লগতে পঢ়কঃপ্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ