ETV Bharat / state

কৰ’ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বৈঠক

author img

By

Published : May 16, 2021, 12:45 PM IST

কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত সৰ্বদলীয় বৈঠক ৷ বৈঠকত ক’ভিড মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে বৰাকৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে আলোচনা কৰা হয় ৷

parimal-suklabadya-attend-in-a-meeting-at-cachar-dc-office
কৰ’ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বৈঠক

কাছাৰ, 16 মে’: কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত কৰ’ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতিক লৈ আয়োজন কৰা হয় এখন সৰ্বদলীয় বৈঠক ৷ বৈঠকত ক’ভিড মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে বৰাকৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে আলোচনা কৰা হয় ৷

উক্ত বৈঠকত বৰাকৰ কেবাজনো বিজেপি বিধায়কৰ লগতে বিৰোধী বিধায়ক আৰু চৰকাৰী বিষয়াসকলেও অংশগ্ৰহণ কৰে ৷ ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা এই জটিল সময়ত সকলোকে একেলগে আগবাঢ়ি আহি মানৱতাৰ হকে কাম কৰাৰো আহ্বান জনায় পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.