শিলচৰ, 27 আগষ্ট : ঘোৰ অনিয়মৰ মাজেৰে চলিছে শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়! শতাধিক ৰোগী ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকাৰ পাছতো চিকিৎসালয়ত উপস্থিত নহ'ল এজনো চিকিৎসক। যি কেইজন চিকিৎসক আছে তেওঁলোকো কেতিয়াবাহে আহে চিকিৎসালয়খনলৈ। নাই শিশু ৰোগৰ চিকিৎসক ৷ লগতে চিকিৎসালয়ত নাই পৰ্যাপ্ত ঔষধ ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰোগীৰ লগতে স্থানীয় ৰাইজ ৷
চিকিৎসক নাই শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ত - চিকিৎসক নাই শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ত
ঘোৰ অনিয়মৰ মাজত শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয় ৷ নাই চিকিৎসক,নাই ঔষধ,অপেক্ষাৰত শতাধিক ৰোগী
চিকিৎসকৰ অপেক্ষাত শতাধিক ৰোগী
শিলচৰ, 27 আগষ্ট : ঘোৰ অনিয়মৰ মাজেৰে চলিছে শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়! শতাধিক ৰোগী ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকাৰ পাছতো চিকিৎসালয়ত উপস্থিত নহ'ল এজনো চিকিৎসক। যি কেইজন চিকিৎসক আছে তেওঁলোকো কেতিয়াবাহে আহে চিকিৎসালয়খনলৈ। নাই শিশু ৰোগৰ চিকিৎসক ৷ লগতে চিকিৎসালয়ত নাই পৰ্যাপ্ত ঔষধ ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰোগীৰ লগতে স্থানীয় ৰাইজ ৷
Intro:NEWS Silchar 27August.. এক অৰাজক অবস্থা শিলচৰৰ সতীন্দ্ৰমোহন দেব অসামৰিক হাসপাতালৰ। Body:NEWS Silchar 27August.. এক অৰাজক অবস্থা শিলচৰৰ সতীন্দ্ৰমোহন দেব অসামৰিক হাসপাতালৰ। শত শত ৰোগী, ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকাৰ পাছতো এজন চিকিৎসকৰ পাত্তা নাই। যি কেইজন চিকিৎসক নামত আছে তেওঁলোক কেতিয়াবা আহে। শিশু ৰোগৰ চিকিৎসা কৰিব লৈ হলে চিকিৎসকৰ লগ পোৱা নাযায়।এনেকুৱা অবস্থা আন বহু বিভাগৰ। নাই পৰিকাঠামো। নাই দৱাই। ৰোগীৰ লগত ইন সকলো এই কাৰণে ক্ষুব্ধ। -----বাইটConclusion:NEWS Silchar 27August.. এক অৰাজক অবস্থা শিলচৰৰ সতীন্দ্ৰমোহন দেব অসামৰিক হাসপাতালৰ। শত শত ৰোগী, ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকাৰ পাছতো এজন চিকিৎসকৰ পাত্তা নাই। যি কেইজন চিকিৎসক নামত আছে তেওঁলোক কেতিয়াবা আহে। শিশু ৰোগৰ চিকিৎসা কৰিব লৈ হলে চিকিৎসকৰ লগ পোৱা নাযায়।এনেকুৱা অবস্থা আন বহু বিভাগৰ। নাই পৰিকাঠামো। নাই দৱাই। ৰোগীৰ লগত ইন সকলো এই কাৰণে ক্ষুব্ধ। -----বাইট
Last Updated : Sep 9, 2019, 2:19 PM IST