ETV Bharat / state

ৰাইজৰ সুবিধাৰ্থে মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ পদক্ষেপ - marowari-youth-organisation-initiative Silchar Assam etv bharat news

হোৱাটছ এপৰ জৰিয়তে পাইকাৰী মূল্যতে লাভ কৰক প্ৰয়োজনীয় সামগ্ৰী ৷ মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ পদক্ষেপ ৷

Marowari  Youth Organisation Initiative
ৰাইজৰ সুবিধাৰ্থে মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ পদক্ষেপ
author img

By

Published : Apr 17, 2020, 11:32 AM IST

শিলচৰ,17 এপ্ৰিলঃ লক ডাউন আৰু কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমস্যাৰ সন্মুখীন হোৱা ৰাইজৰ কাৰণে এক ভাল খবৰ ৷ এই দুৰ্দিনৰ সময়ত মাৰোৱাৰী যুৱ মঞ্চ নামৰ সংগঠনটোৱে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ৷ সংগঠনটোৱে এক হোৱাটছ এপ গ্ৰুপ প্ৰস্তুত কৰি ৰাইজৰ বাবে আৰম্ভ কৰিছে বিশেষ সেৱা ৷ যাৰ জৰিয়তে সাধাৰণ ৰাইজে লাভ কৰিব পাৰিব নিজৰ চাহিদাৰ সামগ্ৰী ৷ জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো লোকেই এই হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে পাইকাৰী মূল্যতে ঔষধ,শাক-পাচলি সহ সতেজ ফল-মূলো লাভ কৰিব পাৰিব ৷ সংগঠনটোৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সাধাৰণ ৰাইজে ৷

ৰাইজৰ সুবিধাৰ্থে মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ পদক্ষেপ

লগতে পঢ়কঃকৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

For All Latest Updates

TAGGED:

silchar
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.