কাছাৰ, 3 ডিচেম্বৰ : বিশুদ্ধ খোৱাপানী যোগানৰ দাবীৰে শিলচৰ বদৰপুৰ ঘাইপথৰ কাটাখাল কালীনগৰ প্ৰথম খন্ডত পথ অৱৰোধ কৰে উত্তেজিত ৰাইজে । বৃহস্পতিবাৰ পুৱা 11:15 বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভ কৰা হয় ৷ কিন্তু, প্ৰশাসনিক হস্তক্ষেপত 1 ঘন্টা পাচত অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৰাইজে ।
লগতে পঢ়ক : সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ