ETV Bharat / state

শিলচৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ দলীয় সভা

নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাত প্ৰাৰ্থীত্ব লাভ কৰে শিলচৰৰ সাংসদ সুস্মিতা দেৱে

কংগ্ৰেছ ভৱনত কংগ্ৰেছৰ দলীয় সভা
author img

By

Published : Mar 16, 2019, 3:01 PM IST

শিলচৰ , ১৬ মাৰ্চ : শুকুৰবাৰে লোক সভা নিৰ্বাচনৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকাতশিলচৰৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে শিলচৰৰ সাংসদ সুস্মিতা দেৱে । প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে আজি সুস্মিতা দেৱ আৰু মাতৃ বীথিকা দেৱীৰ উপস্থিতিত শিলচৰ কংগ্ৰেছ ভৱনত এখন দলীয় সভা অনুষ্ঠিত হয় ৷

কংগ্ৰেছ ভৱনত কংগ্ৰেছৰ দলীয় সভা

সুস্মিতা দেৱ শিলচৰৰ পৰা কংগ্ৰেছৰ এক মাত্ৰ দাবিদাৰ আছিল । উল্লেখ্য যে ২০১৬ চনত বিজেপিৰ উত্তৰপুৰ্বৰ জেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থক পৰাজিত কৰিছিল সুস্মিতা দেৱে ৷ ইপিনে সুস্মিতা দেৱে প্ৰাৰ্থীত্ব পোৱাৰ বাবে সুখ প্ৰকাশ কৰিছে কংগ্ৰেছে । আনহাতে সুস্মিতাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে জিলা কংগ্ৰেছে ৷ ইয়াৰোপৰিও প্ৰাৰ্থীত্ব পোৱাৰ বাবে শিলচৰৰ সাংসদ গৰাকীয়ে AICC আৰু APCC ক ধন্যবাদ জনাইছে ৷ এই সভাত খনত জিলা খনৰ প্ৰতিখন ব্লক , মন্ডলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

News Silchar 
শিলচৰ লোকসভা সমষ্টিত কংগ্ৰেছে সুস্মিতা দেবক প্ৰাৰ্থী হিসেবে নাম ঘোষনা কৰিছে ৷সুস্মিতা দেব শিলচৰৰ পৰা কংগ্ৰেছৰ এক মাত্ৰ দাবিদাৰ আছিলে ৷২০১৬ সনত বিজেপেৰ উত্তৰপুৰ্বৰ জেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থ ক পৰাজিত কৰিছিলে সুস্মিতা দেবে ৷সুস্মিতা দেবে প্ৰাৰ্থীত্ব পোৱায় খুশি কাছাৰ কংগ্ৰেছ ৷সুস্মিতাৰ জয় নিশ্চিত বুলি জনালে জেলা কংগ্ৰেছে ৷আজি সুস্মিতাৰ উপস্থিতিত শিলচৰ কংগ্ৰেছ ভবনত এখন দলীয় সভা অনুষ্টিত হয় ৷জেলাৰ প্ৰতিখন ব্লক , মন্ডল ৰ কৰ্মকৰ্তা সকল উপস্থিত আছিলে ৷মাতৃ বীথিকা দেবক লগত লৈ প্ৰথম নিৰ্বাচনী সভা কংগ্ৰেছ ভবনত কৰিলে সুস্মিতা দেবে ৷ প্ৰাৰ্থীত পোৱাৰ বাবে AICC APCC ক ধন্যবাদ জনাইছে সুস্মিতায় ৷ তেওঁ কলে বিৰোধী যে প্ৰাৰ্থী হব প্ৰতিদ্বন্দ্বীতা হব ৷AUDF ফেক্টৰ ন হব ৷ বাইট----সুস্মিতা ৷
Footage FTP 
Slug Silchar Sushmita Dev 1/2/3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.