ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - AJP president Lurin Jyoti Gogoi

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Apr 6, 2022, 9:00 AM IST

ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ অভিযোগ

ৰাজ্যসভাৰ নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজত ৷ এইবাৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৰিপুন বৰাৰ বিৰুদ্ধে আনিলে কেইবাটাও বিস্ফোৰক অভিযোগ (Nilamoni Sen Deka made serious allegations against Ripun Bora)।

ভূপেন বৰাক কবিতা এৰি বিহু লিখিবলৈ পৰামৰ্শ বিধায়ক ৰূপক শৰ্মাৰ

কংগ্ৰেছৰ এতিয়া চৰকাৰ নাই । সেয়ে ভূপেন বৰাৰ হাতত আজৰি সময়ৰ অভাৱ নাই । ভূপেন বৰাই কেৱল কবিতাই নহয় বিহু লিখিবও পাৰিব । ভূপেন বৰাক এইবাৰ কবিতা এৰি বিহু লিখিবলৈ পৰামৰ্শ বিধায়ক ৰূপক শৰ্মাৰ (Rupak Sarmah advises Bhupen Bora to leave poetry and write Bihu)৷

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (Srimanta Sankaradeva University in controversy again) । ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত পুনৰ সোমাই পৰিছে বিশ্ববিদ্যালয়খন । সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি ৷

নাৰেংগীত শতাধিকৰ গেৰুৱা দলত যোগদান

১০০ গৰাকী যুৱক-যুৱতীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত (youth joined BJP in Guwahati) ৷ নতুন সদস্য অন্তৰ্ভূক্তিৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি দল ৷

আৰক্ষীৰ পৰা সাৰি নগ'ল ভগৱানো

ধৰ্মীয় স্থানত স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ আৰক্ষীৰ ৰোষত পৰিল ভগৱান (Bhagwan in trouble) ৷ সাৰি নগ'ল ভগৱানৰ সহযোগীও ৷

Robbery in Guwahati: স্মাৰ্ট আৰক্ষীৰ স্বৰূপ উদঙাইছে কিৰণশ্ৰী ৰেচিডেন্সিৰ ঘটনাই

24 ঘণ্টা পাৰ হৈ গ’ল মহানগৰীৰ কিৰণশ্ৰী ৰেচিডেন্সিত সংঘটিত ডকাইতি ঘটনাৰ (Robbery in Guwahati) ৷ চিচিটিভিৰ ফুটেজ লাভ কৰাৰ পিছতো এই পৰ্যন্ত ডকাইতৰ দলটোৰ শুংসূত্ৰ উলিয়াব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে ৷

বিশ্ব স্বাস্থ্য দিৱসত 'যােগ অমৃত মহােৎসৱ' উদযাপন কৰিব আয়ুষ মন্ত্রালয়ে

৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আৰু ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ টা দিন বাকী থকা অৱস্থাত আয়ুষ মন্ত্রালয়ে উদযাপন কৰিব 'যােগ অমৃত মহােৎসৱ' (Yoga Amrit Mahotsav) ৷ সমগ্ৰ দেশৰ ৭৫ টা উল্লেখযোগ্য স্থানত যোগ দিৱসৰ কাৰ্যসূচী পালনৰ প্ৰস্তাৱ দিছে আয়ুষ মন্ত্ৰালয়ৰ । যোগ দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

মন্দিৰত চুৰি কৰিবলৈ গৈ দেৱালৰ সুৰুঙাত বন্দী হ’ল চোৰ

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ এটা মন্দিৰৰ পৰা চুৰি কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰিলে এটা চোৰ ৷ মন্দিৰত প্ৰৱেশ কৰি সামগ্ৰী চুৰি কৰাৰ পিছতে ফান্দত পৰিল চোৰ ।

কাৰ চান্দা প্ৰীতিৰ বাবে গুৱাহাটীবাসীয়ে খোৱা পানী নোপোৱাৰ কথা কৈছে লুৰীণে ?

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC election 2022) বাবে ভোট বিচাৰি গৈ মহানগৰবাসীৰ খোৱা পানীৰ সমস্যাৰ কথা উলিয়ালে অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (AJP president Lurin Jyoti Gogoi) ৷ খোৱা পানীৰ সমস্যাৰ বাবে চান্দাৰ প্ৰসংগ উলিয়ালে অজাপৰ সভাপতি গৰাকীয়ে ৷ মূলত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে এই সন্দৰ্ভত জগৰীয়া কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে লুৰীণ জ্যোতি গগৈয়ে ৷

পাকিস্তানৰ স্থবিৰ গণতন্ত্ৰত এতিয়া জাট জেনেৰেল বনাম পাঠান প্ৰধানমন্ত্ৰী

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে আঘাট হানিব পাৰে পাকিস্তানৰ গনতন্ত্ৰক । দেশখনৰ শক্তিশালী সেনাই এতিয়াও নিশ্চিত নহয় আমেৰিকাৰ নে চীন-ৰাছিয়াৰ, কাৰ পক্ষ লোৱাটো ভাল । কিন্তু দেশ খনৰ সেনা প্ৰধান লেঃ জেনেৰেল বাজৱাই নিশ্চিত ভাৱেই কৰিব বিচাৰিছে এক অসম্ভৱক সম্ভৱ--তেওঁ বিচাৰিছে চীন আৰু আমেৰিকা দুয়োখন দেশৰেই কাষ চপাৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.