ETV Bharat / state

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 5, 2022, 4:58 PM IST

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

চৰকাৰী ধনেৰে ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদান বৰপেটাৰ মাজদিয়া হাইস্কুলত

নিম্নমানৰ ইউনিফৰ্ম বিতৰণ(School Uniform Issue at Barpeta) কৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে বৰপেটা জিলাৰ মাজদিয়া হাইস্কুলৰ একাংশ শিক্ষাৰ্থী তথা অভিভাৱক । ইউনিফৰ্ম বিতৰণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে কোৱালিটি কন্ট্ৰ'ল কমিটিৰ বিৰুদ্ধে ।

AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

দেশত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল জনসভা (PM Modi in Tripura)। ক'ভিড পৰিস্থিতিৰ মাজত এনে সভা আয়োজনক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে (AITC strongly criticizes PM Modi) । ত্ৰিপুৰাক 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত কৰাৰ অভিযোগ বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ।

নাওবৈচা শিক্ষা খণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন (World Braille day celebrate at Naoboicha) ৷ দিব্যাংগ শিশু সকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশৰ বাবে প্ৰত্যেক বছৰৰ ৪ জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱসটি উদযাপন কৰা হয় ৷

গহপুৰত ৩ দিনীয়া কাৰ্যসূচীৰে সদৌ মিচিং ছাত্ৰ সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিবেশন উদযাপন

তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ গহপুৰত আয়োজন সদৌ মিচিং ছাত্ৰ সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিবেশন(10th triennial conference at Gohpur ) ৷

শিৱসাগৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন

শিৱসাগৰৰ পৰাগধৰ চলিহা খেলপথাৰত স্থাপন কৰা হ'ল নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম ৷ শিৱসাগৰত উপস্থিত হৈ ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে (Jogen Mohan inaugurated Parag Chaliha Indoor stadium) ৷

Pulwama encounter: পুলৱামা এনকাউণ্টাৰত তিনি সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ পুলৱামাত বুধবাৰে পুৱাই নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ (Encounter in Pulwama)। এনকাউণ্টাৰত নিহত তিনিটাকৈ সন্ত্ৰাসবাদী । মঙলবাৰে কুলগাম জিলাত সংঘটিত গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল ।

Paban Singh Ghatowar with CM : মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ গেৰুৱা হোৱাৰ সম্ভাৱনীয়তাই দল-বিৰোধী উভয়তে সৰৱ চৰ্চা লাভ কৰিছে ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে আহাৰ গ্ৰহণৰ পিছতে কংগ্ৰেছী নেতাজন বিজেপিমুখী হোৱা বুলি চৰ্চা হ’বলৈ ধৰিছে (Paban Singh Ghatowar meets Assam CM) ৷ এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Covid Situation of Assam : ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM concerned about Assam covid situation) ৷ বুধবাৰে দুলীয়াজানত সংবাদ মাধ্যমৰ আগত তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশত অ’মিক্ৰণৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমান ৰাজ্যত দৈনিক 100 জনকৈ বৃদ্ধি পাইছে ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷

দহ বছৰে সম্পূৰ্ণ নহ’ল গাগলমাৰী উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য

10 বছৰ পূৰ্বে নিৰ্মাণ কৰা জনিয়াৰ গাগলমাৰী গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য আজিও নহ’ল সম্পূৰ্ণ (Poor Condition of Jania Sub Health Centre) ৷ কেৱল দুগৰাকী নাৰ্চৰে চিকিৎসক বিহীনভাৱে ভাড়াঘৰত চলি আছে স্বাস্থ্যকেন্দ্ৰটো ৷

Covid cases increase in Kakopathar : কাকপথাৰত একেটা কাৰ্যালয়ৰে 5 গৰাকী আক্ৰান্ত কৰ’ণাত

ৰাজ্যত পুনৰ ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ কাকপথাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ 5 জনকৈ কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক’ভিড-19 ৰ অৱস্থিতি (Five people tested corona positive at Kakopothar) ৷ বৰ্তমান কৰ্মচাৰী কেইজনে হোম আইছ’লেচনত থকা বুলি কাৰ্যালয়টোৰ মুৰব্বীজনে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.