ETV Bharat / state

অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা - অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা

বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যা কাণ্ড । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে এজন সক্ৰিয় বিজেপি কৰ্মীক । বিজেপি কৰ্মীগৰাকীৰ নাম কানাইলাল সৰকাৰ ।

অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা
author img

By

Published : Nov 18, 2019, 1:04 PM IST

অভয়াপুৰী, 18 নৱেম্বৰ: দেওবাৰে নিশা বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যা কাণ্ডৰ ঘটনা । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে এজন সক্ৰিয় বিজেপি কৰ্মীক । বিজেপি কৰ্মীগৰাকীৰ নাম কানাইলাল সৰকাৰ । নিশা অভয়াপুৰী-হাজো সংযোগী ৰাজ্যিক ঘাইপথৰ ধৰ্মপুৰৰ এখন দলঙৰ তলত লোকজনক হত্যা কৰি পেলাই থৈ যায় দুৰ্বৃত্তই । মৃতদেহৰ কেবাঠাইতো আঘাতৰ চিন স্পষ্ট হৈ থকাৰ পাৰ চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ব্যক্তিয়ে ।

অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা

অভয়াপুৰীত ব্যৱসায় কৰা সৰকাৰে নিশা লেংটিছিঙাৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত সংঘটিত হয় হত্যাকাণ্ডটো । নিশালৈ কানাইলাল সৰকাৰে নিজ ঘৰলৈ উভটি নহাত পৰিয়ালৰ লোকে সন্ধান আৰম্ভ কৰে আৰু অভয়াপুৰী ধৰ্মপুৰৰ দলঙৰ কাষত চাইকেল খন প্ৰত্যক্ষ কৰে । বিচাৰ খোচৰ কৰাত দলঙৰ তলত সৰকাৰ ৰক্তাক্ত অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে । দুৰ্বৃত্তই সৰকাৰৰ ম'বাইল আৰু নগত ধন লৈ যোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনাটোক বঙাইগাঁও জিলা বিজেপিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ।

Intro:Murder, bjp worker deathBody:Anchor - অভয়াপুৰীত বিজেপি কৰ্মী ক হত্যা
Date- 18.11.19
Voice Over- দেওবাৰে নিশা বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যা কাণ্ডৰ ঘটনা । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে এজন সক্ৰিয় বিজেপি কৰ্মীক। বিজেপি কৰ্মীগৰাকীৰ নাম কানাইলাল সৰকাৰ । নিশা
অভয়াপুৰী-হাজো সংযোগী ৰাজ্যিক ঘাইপথৰ ধৰ্মপুৰৰ এখন দলঙৰ তলত হত্যা কৰি পেলাই থৈ যায় দুৰ্বৃত্তই । কেবাঠাইতো আঘাতৰ চিন স্পষ্ট বিজেপি কৰ্মী গৰাকীৰ দেহত। চোকা অস্ত্ৰৰে হত্যা কৰাৰ সন্দেহ । অভয়াপুৰীত ব্যৱসায়িক কৰা সৰকাৰে নিশা লেংটিছিঙাত নিজ গৃহলৈ গৈ থকা অৱস্থাত সংঘটিত হয় হত্যাকাণ্ডটো । নিশালৈ কানাইলাল সৰকাৰে নিজ ঘৰলৈ উভটি নহাত পৰিয়ালৰ লোকে সন্ধান আৰম্ভ কৰে আৰু অভয়াপুৰী ধৰ্মপুৰৰ দলঙৰ কাষত চাইকেল খন প্ৰত্যক্ষ কৰে। বিচাৰ খোচৰ কৰাত দলঙৰ তলত সৰকাৰ ৰক্তাক্ত অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে। দুৰ্বৃত্তই সৰকাৰৰ মোবাইল আৰু নগত ধন লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাটোক বঙাইগাঁও জিলা বিজেপিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যা কাৰীক কৰায়ত্তৰ দাবী জনাইছে।
Visual 1
Photo 1

Regards
Indranil Das
News Contributor
ETV BHARAT
Abhayapuri SouthConclusion:Visual 1
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.