মেষ ৰাশি : বিপদৰ সম্ভাৱনা ৷ কৰ্মত মনোযোগ দিয়ক ৷ কৰ্মত ভাল ফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্মত প্ৰভাৱান্বিত হʼব ৷
বৃষ ৰাশি : দিনটো খেলিমেলিৰ সম্ভাৱনা ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ প্ৰেমত গুৰুত্ব আৰোপ কৰক ৷
মিথুন ৰাশি : লক্ষ্যত সফল হোৱাৰ সম্ভাৱনা ৷ সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো শুভ ৷
কৰ্কট ৰাশি : ঈশ্বৰৰ কৃপা থাকিব ৷ চিন্তাধাৰাবোৰ উন্নত কৰক ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় শুভ ৷
সিংহ ৰাশি: ব্যৱসায়-কর্মত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ সুফল লাভ ৷ আপোনাৰ পছন্দৰ কাৰ্য/ব্যৱসায়ত যোগ দিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে সফলতা লাভ কৰিব ৷
কন্যা ৰাশি: সক্ৰিয় অনুভৱ হʼব ৷ দিনটো খেলিমেলিৰ সম্ভাৱনা ৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
তুলা ৰাশি : প্ৰতিভাৰ ব্যৱহাৰ কৰক ৷ ভাগ্য প্ৰায় ভাল ৷ নতুন গৃহ লাভৰ সম্ভাৱনা ৷
বৃশ্চিক ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰক ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল ব্যক্তি লাভৱান হ’ব ৷ ব্যৱসায়ত লাভ ৷
ধনু ৰাশি : কৰ্ম-ব্যৱসায়ত খেলিমেলিৰ আশংকা ৷ হতাশ নহ’ব, ধৈৰ্য ধৰক, লাভৱান হ’ব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত দোমোজা সৃষ্টি ৷ কর্মত সফল হʼব ৷
মকৰ ৰাশি : আজি আপোনাৰ আৰম্ভণি সফল হʼব ৷ কর্মত মনোযোগ দিলে সফল হʼব ৷ দিনটো প্ৰায় শুভ ৷ আপুনি বিশ্বাসী হৈ পৰিব ৷
কুম্ভ ৰাশি : কৰ্ম জীৱন ভাল, বন্ধুত্বপূৰ্ণ হʼব ৷ পদোন্নতিৰ সম্ভাৱনা ৷ সন্ধিয়াৰ সময় আপোনাৰ প্ৰেমিক/প্ৰেমিকাৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা উন্নত ৷
মীন ৰাশি : আজি আপুনি সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বহু ব্যক্তিৰ লগত সংযোগ স্থাপন হʼব ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি ৷ আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷