ETV Bharat / state

ভেলাঘৰৰ নামত সৃষ্টি একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা!!!

author img

By

Published : Jan 18, 2020, 7:40 PM IST

সম্প্ৰতি ৰাজ্যৰ চৌপাশে পৰিলক্ষিত মাঘ বিহুৰ মেজি বা ভেলাঘৰৰ নামত একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন আপুৰুগীয়া সম্পদৰ আৰ্হিত নিৰ্মাণ কৰা আধুনিক মেজি বা ভেলাঘৰ সাজি জ্বলাই দিয়া বৰ্তমান সময়ত এক সুলভ দৃশ্য হৈ পৰিছে ৷ এনে কেতবোৰ বিষয়ৰ বিৰোধিতা কৰি বঙাইগাঁও শিল্পী সমাজে সংবাদমেল অনুষ্ঠিত কৰে ৷

বঙাইগাঁও
শিল্পী সমাজৰ সংবাদমেল

বঙাইগাঁও,18 জানুৱাৰীঃ বঙাইগাঁও প্ৰেছ ক্লাবত শনিবাৰে শিল্পী সমাজৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয় ৷ সম্প্ৰতি ৰাজ্যৰ চৌপাশে পৰিলক্ষিত মাঘ বিহুৰ মেজি বা ভেলাঘৰৰ নামত একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন আপুৰুগীয়া সম্পদৰ আৰ্হিত নিৰ্মাণ কৰা আধুনিক মেজি বা ভেলাঘৰ সাজি জ্বলাই দিয়া বৰ্তমান সময়ত এক সুলভ দৃশ্য হৈ পৰিছে ৷ এনে কেতবোৰ বিষয়ৰ বিৰোধিতা কৰি বঙাইগাঁও শিল্পী সমাজে সংবাদমেলখন অনুষ্ঠিত কৰে ৷ লগতে একাংশ শিল্পীয়ে শিল্পী দিৱসৰ দৰে অনুষ্ঠানত মৰ্যদা অটুট নাৰাখি যধে-মধে গীত পৰিৱেশন কৰাক লৈ সৰৱ হৈ পৰে শিল্পী সমাজ ৷ শিল্পী সমাজৰ হৈ সংবাদমেলখনত অংশগ্ৰহণ কৰে সভাপতি মনোৰঞ্জন বৰ্মন আৰু সম্পাদক দীপক দাসে ৷

শিল্পী সমাজৰ সংবাদমেল

সংবাদমেলখনত শিল্পী সমাজে অসমৰ আপুৰুগীয়া সম্পদসমূহক এনেদৰে অপমান কৰাসকলৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰে । লগতে এইক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰাৰ পোষকতাও কৰে শিল্পী সমাজে ৷

লগতে চাওকঃটেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ

Intro:শিল্পি দিৱসত বিভিন্ন গানগোৱাক লৈ শিল্পি সমাজৰ প্ৰতিক্ৰীয়া,মাঘ বিহুৰ মেজিৰ নামতো অপসংস্কৃতিৰ অভিযোগ । সংবাদমেলত বঙাইগাঁও শিল্পি সমাজৰ প্ৰতিক্ৰীয়া ।

Body:বঙাইগাঁও প্ৰেছ ক্লাৱত বঙাইগাঁও শিল্পি সমাজৰ সংবাদমেল । মাঘ বিহুৰ মেজি/ভেলাঘৰৰ নামত অসমৰ আপুৰুগীয়া সম্পদৰ আৰ্হিত মেজি ঘৰ সাজি জ্বলাই দিয়াটো আমাৰ পৰম্পৰা নহয় লগতে শিল্পি দিৱস,ৰাভা দিৱসৰ দৰে অসমীয়াৰ অতিকে সন্মানৰ অনুষ্টান সমুহত মহান শিল্পি সকলক অপমান কৰি যধে মধে গাণ পৰিৱেশন কৰাৰ অভিযোগ বঙাইগাঁও শিল্পি সমাজৰ । বঙাইগাঁও শিল্পি সমাজৰ সভাপতি মনোৰঞ্জন বৰ্মন আৰু সম্পাদক দিপক দাসৰ সংবাদ মেলত এই দৰে প্ৰতিক্ৰীয়া প্ৰকাশ।

বাইট : দিপক দাস,সম্পাদক বঙাইগাঁও শিল্পি সমাজ ।

Conclusion:সংবাদ মেলত শিল্পি সমাজে কয় যে অসমৰ আপুৰুগীয়া সম্পদক অপমান কৰা সকলৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহন কৰিব লাগে বুলি দাবী কৰে । লগতে কয় যে এই ক্ষেত্ৰত চৰকাৰে আইন প্ৰনয়নৰ পোষকতাও কৰে শিল্পি সমাজে।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.