ETV Bharat / state

বঙাইগাঁওত পথ সুৰক্ষা মাহ পালন - 10012

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্য়োগত জিলা সদৰৰ পৰা এক পথ সুৰক্ষা সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । শোভাযাত্ৰাত জিলাখনৰ কেইবাখনো বিদ্য়ালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

বঙাইগাঁওত পথ সুৰক্ষা মাহ পালন
বঙাইগাঁওত পথ সুৰক্ষা মাহ পালন
author img

By

Published : Jan 28, 2021, 10:01 PM IST

বঙাইগাঁও , ২৮ জানুৱাৰী : দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাটো আয়োজন কৰা হয় বিশেষ কাৰ্যসূচীৰ । জিলা প্ৰশাসনৰ উদ্য়োগত জিলা সদৰৰ পৰা এক পথ সুৰক্ষা সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । জিলাখনৰ গান্ধী ময়দান পথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত জিলাখনৰ কেইবাখনো বিদ্য়ালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰো বহু বিষয়াই অংশগ্ৰহণ কৰে ।

বঙাইগাঁওত পথ সুৰক্ষা মাহ পালন

শোভাযাত্ৰাৰ মুকলি কৰে জিলাখনৰ উপায়ুক্ত ড° এম এছ লক্ষ্মীপ্ৰিয়াই । অনুষ্ঠানত অংশ লৈ সকলোকে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হবলৈ আহ্বান জনাই আৰু জিলাখনত ৰাইজৰ সুবিধাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক :অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সৈতে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.