ETV Bharat / state

নিউ বঙাইগাঁৱত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদ - নিউ বঙাইগাঁও

ৰে'ল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰে'ল কাৰখানা আৰু অন্যান্য উদ্যোগসমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ৰে'লৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো উদ্বেগ প্ৰকাশ কৰে ৰে'ল কৰ্মচাৰীসকলে ৷ চৰকাৰ আৰু ৰে'ল বিভাগে ৰে'ল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে এমপ্লইজ ইউনিয়নে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷

নিউ বঙাইগাঁৱত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jul 10, 2019, 6:36 PM IST

চিৰাং, 10 জুলাইঃ দেশৰ ৰে'ল বিভাগক ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত বুধবাৰে উত্তৰ-পূব ৰে'লৱে এমপ্লইজ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিউ বঙাইগাঁও ৰে'ল জংচনৰ সন্মুখত নিউ বঙাইগাঁও এলেকাৰ পাঁচটা এমপ্লইজ ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সম্প্ৰতি ৰে'ল বিভাগে নতুন নিযুক্তিৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তিৰে ৰে'লৰ কাম-কাজত চলাই থকাৰো গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷

নিউ বঙাইগাঁৱত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

একেদৰে ৰে'ল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰে'ল কাৰখানা আৰু অন্যান্য উদ্যোগসমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ৰে'লৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো উদ্বেগ প্ৰকাশ কৰে ৰে'ল কৰ্মচাৰীসকলে ৷ চৰকাৰ আৰু ৰে'ল বিভাগে ৰে'ল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে এমপ্লইজ ইউনিয়নে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷

Intro:ভাৰতীয় ৰেল খণ্ডক ব্যক্তিগতকৰণ কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে নিউ বঙাইগাঁৱত ৰেলৱে এমপ্লয়েজ ইউনিয়নৰ প্ৰতিবাদী ধৰ্ণা ।।
Body:দেশৰ সৰ্ববৃহৎ ৰেলৱে উদ্যোগ শেহতীয়াভাৱে পুঁজিপতি গোষ্ঠীক প্ৰদানেৰে ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত আজি উত্তৰ পূৱ ৰেলৱে এমপ্লয়েজ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি নিউ বঙাইগাঁও ৰেল ষ্টেচন জংচনৰ সন্মুখত নিউ বঙাইগাঁও এলেকাৰ পাঁচটা এমপ্লয়েজ ইউনিয়নে কেন্দ্ৰীয চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী সকলে প্ৰকাশ কৰামতে, সম্প্ৰতি ৰেল বিভাগে নতুন নিযুক্তিৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক পুনৰ নিযুক্তিৰে ৰেলৰ কাম-কাজ চলাই থকাৰো গুৰুতৰ অভিযোগ কৰে ৷ একেদৰে ৰেল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰেল কাৰখানা আৰু অন্যান্য উদ্যোগ সমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ৰেলৰ কৰ্মচাৰী সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো উদ্বেগ প্ৰকাশ কৰে ৰেলৱে এমপ্লয়েজ ইউনিয়ন ৷ চৰকাৰ আৰু ৰেল বিভাগে ৰেল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব খোজা কাৰ্যব্যৱস্থা বাতিল নকৰিলে এমপ্লয়েজ ইউনিয়নে তীব্ৰৰ পৰা প্ৰতিবাদী আন্দোলন তীব্ৰতৰ কৰিব বুলি প্ৰকাশ কৰে ৷

বাইট : ৰেলৱে এম্প্লইজ ইউনিয়নৰ নেতা দুজনৰ বাইট দিলো । Conclusion:ৰেল কৰ্মচাৰী সকলে ৰেল বিভাগক ব্যাক্তিগত কৰনৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতলৈ বিৰোধিতা কৰিয়ে যাব বুলি জনায় । কোনো পধ্যেই ৰেল বিভাগক কেন্দ্ৰীয় চৰকাৰে ব্যাক্তিগত কৰনৰ যি ষঢ়যন্ত্ৰ কৰিছে সেয়া মানি নলয় কৰ্মচাৰী সকলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.