ETV Bharat / state

বঙাইগাঁৱত CAA বিৰোধী সমন্বয় সমিতিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

author img

By

Published : Nov 18, 2020, 2:17 PM IST

গণতন্ত্ৰৰ ৰক্ষাৰ বাবে আমাৰ আন্দোলন চলিছে আৰু চলিয়ে থাকিব বুলি জনায় বঙাইগাঁও-চিৰাং জিলা সমিতি চিপিআই এমৰ সভাপতি হৰেশ্বৰ দাসে ।

Bongaigaon Protest by CAA against team
বঙাইগাঁৱত CAA বিৰোধি সমন্বয় সমিতিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

বঙাইগাঁও,18 নৱেম্বৰঃ বুধবাৰে বঙাইগাঁও জিলাৰ গান্ধী ময়দানত CAA বিৰোধী সমন্বয় সমিতিৰ বিক্ষোভ কাৰ্য‍সূচি ৰূপায়ন । ইপিনে প্ৰতিবাদকাৰীয়ে ভাৰতীয় সংবিধান ৰক্ষাৰ বাবে আহ্বান জনায় বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ।

উল্লেখযোগ্য যে, CAA বিৰোধী আন্দোলনৰ বাবে নিৰিহ লোক সকলে জেলত থাকিব লগীয়া হৈছে জামিন মঞ্জুৰ হোৱাৰ পিচতো । কিন্ত বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰা বাবেই অৰ্ণৱ গোস্বামিক উচ্চতম ন‍্যায়ালয়ৰ জড়িয়তে তৎকালীন ভাৱে জামিন দিয়ালে । গতিকে এই অৱস্থাত গণতন্ত্ৰৰ ৰক্ষাৰ বাবে আমাৰ আন্দোলন চলিছে আৰু চলিয়ে থাকিব বুলি জনায় বঙাইগাঁও-চিৰাং জিলা সমিতি চিপিআই এমৰ সভাপতি হৰেশ্বৰ দাসে।

লগতে পঢ়কঃ বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.