ETV Bharat / state

অভয়াপুৰীত লক ডাউন উলংঘা কৰি অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতা - বঙাইগাঁও

অভয়াপুৰীৰ পাহিৰতলিত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ মাজতে উপস্থিত হয় আৰক্ষী । আৰক্ষীক দেখি পলাই পত্ৰং দিয়ে সকলো লোক ।

Bongaigaon Lockdown violation
অভয়াপুৰীত লক ডাউন উলংঘা কৰি অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতা
author img

By

Published : May 17, 2020, 10:39 PM IST

বঙাইগাঁও, 17 মেঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত লক ডাউন উলংঘা কৰি অনুষ্ঠিত কৰা হয় ক্ৰিকেট প্ৰতিযোগিতা । কিন্তু অভয়াপুৰীৰ পাহিৰতলিত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ মাজতে উপস্থিত হয় আৰক্ষী । আৰক্ষীক দেখি পলাই পত্ৰং দিয়ে সকলো লোক । আৰক্ষীয়ে ক্ৰিকেট পিটচৰ মাজতে গাট খান্দি খেলত বাধা আৰোপ কৰে । লগতে প্ৰতিযোগিতাস্থলীৰ পৰা উদ্ধাৰ কৰে এখন মটৰ চাইকেল ।

অভয়াপুৰীত লক ডাউন উলংঘা কৰি অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতা

লগতে পঢ়ক-তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.