ETV Bharat / state

আকাশলঙ্ঘী পিয়াঁজৰ মূল্য : কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ - ফনীভূষণ চৌধুৰীৰৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাই প্ৰতিবাদ

বঙাইগাঁৱত পিয়াঁজৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

আকাশলঙ্ঘী পিয়াঁজৰ মূল্য : প্ৰতিবাদ কৃষক মুক্তিৰ
author img

By

Published : Sep 23, 2019, 10:10 PM IST

বঙাইগাঁও, 23 ছেপ্টেম্বৰ : পিয়াঁজৰ আকাশলঙ্ঘী মুল্যবৃদ্ধিৰ প্ৰতিবাদ বঙাইগাঁও কৃষক মুক্তিৰ । সোমবাৰে বঙাইগাঁৱত অসমৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । নিজৰ সমষ্টীতেই প্ৰতিবাদৰ সন্মুখীন হ'ল যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী । বঙাইগাঁৱৰ দৈনিক চিলাৰায় বজাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক সংগঠনটোৱে ৷ কংগ্ৰেছ চৰকাৰৰ সময়ত মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা বিজেপিৰ মন্ত্ৰী বিধায়কসকলে বৰ্তমান কংগ্ৰেছৰ সময়ৰ মূল্য চেৰাই যোৱাৰ পাছতো নিমাতে আছে বুলিও কটাক্ষ কৰে বঙাইগাঁৱৰ কৃষক মুক্তি সাধাৰণ সম্পাদক নন্দন দেৱনাথে ৷

Intro:বঙাইগাঁৱত পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জিলা কৃষক মুক্তিৰ । যোগান মন্ত্ৰীৰ ফটোত মালা পিন্ধাই প্ৰতিবাদ ।

Body:আজি পিয়াজৰ আকাশ লঙ্ঘী মুল্যবৃদ্ধীৰ প্ৰতিবাদ বঙাইগাঁও কৃষক মুক্তিৰ । অসমৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাই প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তিয়ে । নিজৰ সনষ্টীতেই যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে প্ৰতিবাদৰ সন্মুখীন হব লগীয়া হল । সংগঠনটোৱে বঙাইগাঁৱৰ দৈনিক চিলাৰায় বজাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

বাইট : নন্দন দেবনাথ, সাধাৰন সম্পাদক জিলা কৃষক মুক্তি বঙাইগাঁও ।

Conclusion:মুলৎ বৃদ্ধি ৰোধ কৰিব নোৱাৰা বাবেই কংগ্ৰেছ চৰকাৰৰ পতন হৈছিল । কংগ্ৰেছ চৰকাৰৰ সময়ত আজি বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকে মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল কিন্ত আজি কংগ্ৰেছৰ সময়ৰ মুল্য চেৰাই গল তাৰ পিচতো এই সকল নিমাতে আছে বুলিও কটাক্ষ কৰে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.