ETV Bharat / state

বঙাইগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে

author img

By

Published : Apr 2, 2021, 9:59 AM IST

বৃহস্পতিবাৰে বঙাইগাঁৱত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

বঙাইগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে
বঙাইগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে

বঙাইগাঁও, 2এপ্ৰিল: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে ৷ বৃহস্পতিবাৰে বঙাইগাঁৱত কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ হৈ নিৰ্বাচনী ৰণডংকা বজালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

অসমত এইবাৰ পুনৰ চৰকাৰ গঠন কৰিব কংগ্ৰেছে । প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আজিও মনত ৰাখিছে অসমৰ ৰাইজে । ১৫ বছৰে অসমত শাসন কৰা তৰুণ গগৈক প্ৰৱঞ্চনা কৰি পৰাজিত কৰা হৈছিল । এই বুলি বঙাইগাঁৱত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত মন্তব্য কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

লগতে পঢ়ক: কৰিমগঞ্জৰ কানিশাইলত বিজেপি বিধায়কৰ বাহনত ইভিএম উদ্ধাৰক লৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.