ETV Bharat / state

মানিকপুৰত নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল - মানিকপুৰত নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল

মানিকপুৰৰ 2নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান । এটা গাঁৱলীয়া পথ মুকলি বাবে বিজনী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ এই উচ্ছেদত নিজ ভূমিতে উচ্ছেদিত হ'বলগীয়া হয় এটা পৰিয়াল ৷

নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল
author img

By

Published : May 14, 2019, 7:12 PM IST

বঙাইগাঁও, 14 মে' : বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত মানিকপুৰৰ 2নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান । এটা গাঁৱলীয়া পথ মুকলি বাবে বিজনী প্ৰশাসনে এজন লোকৰ ঘৰত চলালে উচ্ছেদ অভিযান । দীৰ্ঘদিনৰ পৰাই গাঁওখনৰ এটা পথ মহিন উদ্দিন নামৰ এগৰাকী লোকৰ মাটিৰ ওপৰেদি চলি আছিল ৷ যদিও মহিন উদ্দিনে নিজৰ মাটিত ঘৰ বন্ধাত বন্ধ হৈ পৰে পথচোৱা ।

নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল

তাৰ পাচতেই একাংশ ৰাইজৰ অভিযোগ কৰাত সোমবাৰে জাননী প্ৰেৰণ মঙলবাৰে প্ৰশাসনৰ লোকে চলালে উচ্ছেদ অভিযান ৷ মহিন উদ্দিনৰ বাসগৃহটো ভাঙি মুকলি কৰি দিয়ে পথচোৱা । ফলত নিজৰ মাটিতে ঘৰ বান্ধি উচ্ছেদিত হ'বলগীয়া হয় লোকজন ৷ ইয়াকে লৈ অঞ্চলটোত একাংশ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

Intro:মানিকপুৰৰ ২নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান।বাসগৃহ ভাঙি মুকলি কৰি দিলে এটা গাৱলীয়া পথ। নিজ ভূমিতে উচ্ছেদিত মাটিৰ মালিক মহিন উদ্দিন। Body:উত্তৰ অভয়াপুৰী ১৪মেঃ-বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী তথা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত আজি প্ৰশাসনে এটা বাসগৃহ উচ্ছেদ কৰে। জানিব পৰা মতে বাশবাৰী ২নং গাৱৰ এটা গাৱলীয়া পথ মুকলি কৰি দিয়াৰ বাবে এই উচ্ছেদ অভিযান চলায় বিজনী প্ৰশাসনে। দীৰ্ঘ দিনৰ পৰা গাওখনৰ এটা পথ মহিন উদ্দিনৰ মাটিৰ ওপৰেদি চলি আছিল যদিও মহিন উদ্দিনে নিজৰ মাটিত ঘৰ বন্ধাত পথটো বন্ধ হৈ পৰে। একাংশ ৰাইজৰ অভিযোগৰ পিছত আজি প্ৰশাসনৰ লোকে মহিন উদ্দিনৰ বাসগৃহ টো ভাঙি পথখন মুকলি কৰি দিয়ে। এই ঘটনাক লৈ একাংশ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Conclusion:স্থানীয় ৰাইজৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.