ETV Bharat / state

আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল - জলমগ্ন

৪ নং ভাণ্ডাৰা,৬ নং ভাণ্ডাৰা,৩নং আৰু ৭নং বাশবাৰী,তিলপুখুৰী,গৰাইমাৰী,টেন্টনপুৰ আদি কৰি প্ৰায় কুৰিখন গাওঁ জলমগ্ন ।

আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jun 25, 2019, 9:26 PM IST

বঙাইগাঁও,25 জুনঃ বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল। মঙলবাৰে আবেলিৰ পৰা বাঢ়ি অহা বানপানীত প্লাৱিত প্ৰায় কুৰিখনৰো অধিক গাওঁ। বানপানীয়ে ছিঙিলে কীৰ্তনপাৰা-ডাঙাইগাওঁ সংযোগী এক মাত্ৰ পকী পথ। যাৰ ফলত কুৰি খনৰো অধিক গাঁৱৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ৪নং ভাণ্ডাৰা,৬নং ভাণ্ডাৰা,৩নং আৰু ৭নং বাশবাৰী,তিলপুখুৰী, গৰাইমাৰী,টেন্টনপুৰ আদি কৰি প্ৰায় কুৰিখন গাওঁ জলমগ্ন হয়। আনহাতে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বাঢ়নী পানীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাৰ পিছতো আই নদীৰ বুকুত টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে৷

Intro: আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল। বান পানীয়ে ছিগিলে কীৰ্ত্তন পাৰা ডাঙ্গাইগাও সংযোগী পকী পথ। যাতায়ত ব্যৱস্থা ব্যাহত।টুলুঙা নাৱেৰে বিপদ সংকুল নদী পাৰা পাৰ। Body:বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তৰ্ন অঞ্চল। আজি আবেলিৰ পৰা বাঢ়ি অহা বানপানীত প্লাবিত প্ৰায় কুৰিখনৰো অধিক গাওঁ।বানপানীয়ে ছিঙিলে কীৰ্তনপাৰা - ডাঙাইগাওঁ সংযোগী এক মাত্ৰ পকী পথ।যাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে কুৰি খনৰো অধিক গাৱৰ ।
৪ নং ভাণ্ডাৰা, ৬ নং ভাণ্ডাৰা, ৩নং আৰু ৭নং বাশবাৰী, তিলপুখুৰী, গৰাইমাৰী, টেন্টনপুৰ আদি কৰি প্ৰায় কুৰিখন গাওঁ জলমগ্ন ।
ইফালে বাঢ়নী পানীয়ে ৰুদ্ৰ মুৰ্তি ধাৰন কৰাৰ পিছতো আই নদীৰ বুকুত টুলুঙা নাৱেৰে বিপদ সংকুল ভাবে পাৰা পাৰ চলি আছে। যি কোনো সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হব পাৰে বুলি ৰাইজে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে। Conclusion:ৰাইজৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.