ETV Bharat / state

বিশ্বনাথৰ ৰাংছালীত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Aug 17, 2019, 3:02 PM IST

বিশ্বনাথৰ পূব বন সংমণ্ডল অধীনৰ ৰাংছালীত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে নষ্ট কৰে বহু বিঘা ধান খেতি , বন বিভাগক খবৰ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

biswanath men elephant conflict

বিশ্বনাথ, 17 আগষ্টঃ বিশ্বনাথৰ পূব বন সংমণ্ডল অধীনৰ ৰাংছালীত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে বহু বিঘা ধান খেতি নষ্ট কৰাৰ লগতে কেইবা ঘৰ লোকৰ তামোল পাণৰ গছ ভাঙি লণ্ড ভণ্ড কৰে ।নিশা খাদ্যৰ সন্ধানত বিহালী বনাঞ্চলৰ পৰা ওলাই অহা হাতী জাকটোৰ ভিতৰত দুটামান হাতী ফাটি আহি ৰাংছালী গাঁৱৰ সিংহ জিৎ নামৰ কৃষকজনৰ খেতি পথাৰত সোমাই বহু ধান অনিষ্ট কৰা লগতে খাই তহিলং কৰে । ইফালে বনৰীয়া হাতীৰ জাকটো অঞ্চলটোত প্ৰৱেশ কৰাৰ কথা স্থানীয় ৰাইজে বৰগাং বন বিভাগক খবৰ দিছিল যদিও বৰ্তমান সময়লৈকে কোনো এজন বন বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

বিশ্বনাথৰ ৰাংছালীত বন্য হস্তীৰ তাণ্ডৱ

Intro:BREAKINGBody:BREAKINGConclusion:as_biswanath_17_aug_801_elephant_vis_photo_scrpt_as10018

BREAKING

বিশ্বনাথৰ ৰাংছালীত বনৰীয়া হাতীৰ তাণ্ডৱ

বিশ্বনাথৰ পূব বন সংমণ্ডল অধিনৰ ৰাংছালী যোৱা নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহু খেতি ধান খোৱা লগতে গাঁৱ কেইবাঘৰ লোকৰ তামোল পান আদি ভাঙি লণ্ড ভণ্ড কৰে।
নিশা খাদ্যৰ সন্ধানত বিহালী বনাঞ্চলৰ পৰা ওলাই অহা হাতী জাকতো
ভিতৰত দুটামান হাতী জাকৰ পৰা ফাটি আহি ৰাংছালী গাওঁৰ সিংহ জিৎ নামৰ খেতিয়ক গৰাকী খেতি পথাৰত সোমাই বহু ধান অনিষ্ট কৰা লগতে খাই তহিলং কৰে ।

ইফালে এই বনৰীয়া হাতী জাকটো অহা কথা নিশাই স্থানীয় বৰগাং বন বিভাগক খবৰ দিয়া হৈছিল যদিও বৰ্তমান সময়লৈকে কোনো এজন বন বিষয়া উপস্থিত নোহোৱা অভিযোগ উত্থাপিত হৈছে ।
আনহাতে যোৱা কেইবা দিন ধৰি অঞ্চলত অব্যাহত আছে বনৰীয়া হাতী তাণ্ডৱ ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.